• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 11, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
January 21, 2026
in Top News, অসম
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো বহুকেইটা ঘটনাৰে লিপিবদ্ধ হৈ আছে। জানো আহক ইতিহাসৰ পাতত নথীভুক্ত হৈ থকা বহু ঘটনাৰ বিশেষত্বৰ বিষয়ে-

১৯২৪- ব্ৰিটেইনত লেবাৰ পাৰ্টিয়ে প্ৰথম চৰকাৰ গঠন কৰে। দলৰ নেতা ৰামছে মেকড’নাল্ড প্ৰধানমন্ত্ৰী হৈছিল।

১৯২৪- বলছেভিক বিপ্লৱৰ নেতা তথা ১৯১৭ চনৰ পৰা ১৯২৪ চনৰ ভিতৰত ছোভিয়েট ইউনিয়নৰ প্ৰথম মুৰব্বী ভ্লাদিমিৰ লেনিনৰ মৃত্যু হয়।

১৯৫০- যক্ষ্মা ৰোগৰ সৈতে তিনি বছৰীয়া যুদ্ধৰ অন্তত প্ৰখ্যাত ইংৰাজী সাহিত্যিক জৰ্জ অৰৱেলৰ মৃত্যু হয়।

১৯৫৮- কপিৰাইট আইন কাৰ্যকৰী হয়।

১৯৬১- ৰাণী এলিজাবেথ আৰু এডিনবাৰ্গৰ ড্যুক নতুন দিল্লীত উপস্থিত হয়।

১৯৭২- মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্য প্ৰতিষ্ঠা হয়।

১৯৭৬- ফ্ৰান্স আৰু ব্ৰিটেইনৰ আৰ্থিক সাহায্যত নিৰ্মিত ছুপাৰছনিক বাণিজ্যিক বিমান কনকৰ্ডে নিয়মীয়া সেৱা আৰম্ভ কৰে। ইয়াৰ পিছত বিশ্বজুৰি তীব্ৰবেগী বিমান নিৰ্মাণৰ দৌৰ আৰম্ভ হ’ল।

১৯৯৬- স্বায়ত্তশাসিত পেলেষ্টাইনৰ প্ৰথম ঐতিহাসিক সাধাৰণ নিৰ্বাচনত পেলেষ্টাইন মুক্তি সংগঠনৰ নেতা ইয়াছিৰ আৰাফাত ৮৫ শতাংশ ভোট লাভ কৰি নিৰ্বাচিত হয়।

১৯৯৬- ইণ্ডোনেছিয়াৰ সুমাট্ৰাৰ উপকূলত এখন যাত্ৰীবাহী নাও ডুব যোৱাৰ ফলত প্ৰায় ৩৪০ জন লোকৰ মৃত্যু হয়।

২০০৮- ভাৰতে ইজৰাইলৰ চোৰাংচোৱা উপগ্ৰহ উৎক্ষেপণ কৰি মেৰু কক্ষপথত সফলতাৰে স্থাপন কৰে।

২০০৯- কৰ্ণাটকৰ বিদাৰত বায়ুসেনাৰ প্ৰশিক্ষণ বিমান সূৰিকৰণ দুৰ্ঘটনাগ্ৰস্ত হৈ এজন পাইলটৰ মৃত্যু হয়।

Tags: eventsHistory newswold news

Related Posts

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড
Top News

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড

May 11, 2026
হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…
Top News

হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…

May 11, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

‘১বছৰৰ বাবে ক্ৰয় কৰিব নোৱাৰিব সোণ’, দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ, পেট্ৰল-ডিজেলৰ দাম সন্দৰ্ভত কি ক’লে?

May 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 11, 2026

শীৰ্ষ সংবাদ

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড

হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…

‘১বছৰৰ বাবে ক্ৰয় কৰিব নোৱাৰিব সোণ’, দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ, পেট্ৰল-ডিজেলৰ দাম সন্দৰ্ভত কি ক’লে?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025