• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
22 °c
Guwahati
23 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

Nation NE by Nation NE
January 30, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Share on FacebookShare on TwitterWhatsApp

২৮ জানুৱাৰীত মহাৰাষ্ট্ৰৰ বাৰামাটিত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ৩ জনীয়া এক দল গঠন কৰিছে। মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি, ডিজিচিএৰ মুম্বাই কাৰ্যালয়ৰ তিনিজনীয়া দলৰ সৈতে এএআইবিৰ দলটোৱে সেইদিনা দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰে। এএআইবিৰ সঞ্চালক প্ৰধানেও দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। এই দুৰ্ঘটনাত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰকে ধৰি আন চাৰিজন লোকৰ প্ৰাণ কাঢ়ি নিলে।

ঘটনাস্থলীত তদন্তৰ পিছত বিষয়াসকলে কয় যে, ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু ব্লেক বক্স নামেৰে জনাজাত বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ পৰীক্ষাত দুৰ্ঘটনাটোৰ সম্পূৰ্ণ পৰিসৰ জানিব পৰা যাব। বিষয়াসকলে কয় যে দলটোৰ প্ৰাৰম্ভিক তদন্ত মূলতঃ দৃশ্যমানতাৰ অৱস্থা, পাইলটৰ সিদ্ধান্ত, আৰু বাৰামাটিৰ দৰে অনিয়ন্ত্ৰিত বিমানবন্দৰত কাম কৰাৰ সীমাবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। দলটোৱে ধ্বংসাৱশেষৰ নিৰাপত্তা আৰু গুৰুত্বপূৰ্ণ প্ৰমাণ সংগ্ৰহকে ধৰি ফৰেনছিক পদ্ধতি আৰম্ভ কৰিছে।

দলটোৱে দিল্লীস্থিত ভি এছ আৰ ভেঞ্চাৰছ প্ৰাইভেট লিমিটেডৰ পৰা বিমানৰ ফ্ৰেম আৰু ইঞ্জিনৰ লগবুক, ৰক্ষণাবেক্ষণৰ ৰেকৰ্ড, পৰিদৰ্শনৰ ইতিহাস, ৱৰ্ক অৰ্ডাৰ, আৰু অনব’ৰ্ড নথি-পত্ৰ বিচাৰিছে। ক্ৰুৰ অৰ্হতাৰ ৰেকৰ্ড আৰু বিমানৰ প্ৰমাণপত্ৰৰ নথি-পত্ৰও অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ পৰা লাভ কৰা হৈছে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, পুৱা ৮:১০ বজাত মুম্বাইৰ পৰা যাত্ৰা আৰম্ভ কৰি পুৱা ৮:১৮ বজাত বাৰামাটি বিমানবন্দৰৰ সৈতে যোগাযোগ স্থাপন কৰে। ১১ নং ৰাণৱেৰ প্ৰাৰম্ভিক কাষ চাপি অহাৰ সময়ত ক্ৰুৱে ৰাণৱেটো দেখা পোৱা নাই বুলি জনাইছিল আৰু ষ্টেণ্ডাৰ্ড গ’-আৰউণ্ড কৰিছিল। পুনৰ স্থান নিৰ্ধাৰণৰ পিছত বিমানখনে বিমানবন্দৰক জনাইছিল যে যেতিয়া ৰাণৱে দেখা যাব তেতিয়া ৰিপৰ্ট দিব। পুৱা ৮:৪৩ বজাত বিমানখনক অৱতৰণৰ অনুমতি দিয়া হয় যদিও কোনো সঁহাৰি পোৱা নগ’ল। প্ৰায় এমিনিটৰ পিছত বিমানবন্দৰৰ কৰ্মীসকলে ৰাণৱেৰ থ্ৰেছহ’ল্ডৰ ওচৰত জুই ধৰা দেখি নিয়ন্ত্ৰণ কক্ষক অৱগত কৰে।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে কয় যে প্ৰাৰম্ভিক ইংগিতে দুৰ্বল দৃশ্যমানতাৰ দিশটো আঙুলিয়াই দিয়ে, কিন্তু এইক্ষেত্ৰত খৰখেদাকৈ সিদ্ধান্ত লোৱাটো এৰাই চলিব লাগে। তেওঁ কয় যে এএআইবি হৈছে যোগ্য কৰ্তৃপক্ষ আৰু ই স্বচ্ছ আৰু জবাবদিহি তদন্তৰ জৰিয়তে তথ্যসমূহ প্ৰতিষ্ঠা কৰিব। ডিজিচিএই প্ৰাথমিক মন্তব্যত কয় যে ক্ৰুসকলক দৃশ্যমান বতৰ বিজ্ঞানৰ পৰিস্থিতিত (ভিএমচি) অৱতৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল, আনুমানিক দৃশ্যমানতা প্ৰায় ৩,০০০ মিটাৰ আৰু শান্ত বতাহৰ সৈতে।

ইফালে ভিএছআৰ ভেঞ্চাৰছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক বিজয় কুমাৰ সিঙে বিমানখন ভালদৰে ৰক্ষণাবেক্ষণ কৰা আৰু বিমানযোগ্য বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে, তেওঁলোকৰ জ্ঞাত মতে কোনো কাৰিকৰী দোষ নাছিল। পাইলটে দৃশ্যমানতা বেয়াৰ বাবে মিছড এপ্ৰ’চ লৈছিল আৰু দ্বিতীয়বাৰৰ বাবে লেণ্ডিঙৰ চেষ্টা কৰিছিল, যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল।” সিঙে কয় যে বিমানখনৰ কেপ্তেইনৰ ১৬ হাজাৰ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা থকাৰ বিপৰীতে সহ-পাইলটৰ প্ৰায় ১৫০০ ঘণ্টাৰ অভিজ্ঞতা আছে।

Tags: baramatiFlight CrashMaharastraMumbai

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

March 18, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 18, 2026
কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

March 17, 2026
শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025