• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 6, 2026
27 °c
Guwahati
28 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰকাশ কৰিলে এখন বিশেষ তালিকা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ পৰীক্ষা, ‘মিনিটমেন-৩’ ক্ষেপণাস্ত্ৰ নিক্ষেপ

Nation NE by Nation NE
March 5, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ পৰীক্ষা, ‘মিনিটমেন-৩’ ক্ষেপণাস্ত্ৰ নিক্ষেপ
Share on FacebookShare on TwitterWhatsApp

পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ মাজতে ৩ মাৰ্চৰ নিশা কেলিফৰ্ণিয়াৰ উপকূলত আমেৰিকাই নিজৰ “ডুমছডে” বেলিষ্টিক মিছাইলৰ সফলতাৰে পৰীক্ষা কৰে। ‘মিনিটমেন ৩’ নামৰ এই মিছাইলটো অত্যন্ত মাৰাত্মক আৰু হিৰোচিমাত নিক্ষেপ কৰা পাৰমাণৱিক বোমাতকৈ ২০ গুণ শক্তিশালী পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পৰাকৈ সক্ষম।

আমেৰিকাৰ মহাকাশ বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি “জিটি ২৫৪” নামৰ এই ৰকেটটো কোনো অস্ত্ৰ অবিহনে উৎক্ষেপণ কৰা হৈছিল। প্ৰশান্ত মহাসাগৰৰ মাৰ্শ্বেল দ্বীপপুঞ্জৰ ওচৰত ই নিজৰ উদ্দেশ্যপ্ৰণোদিত লক্ষ্যত সঠিকভাৱে আঘাত হানিলে। বায়ুসেনাৰ গ্ল’বেল ষ্ট্ৰাইক কমাণ্ডে কয় যে এই ক্ষেপণাস্ত্ৰৰ সঠিকতা আৰু প্ৰস্তুতি পৰীক্ষা কৰিবলৈ নিক্ষেপ কৰা হৈছে।

টেষ্ট স্কোয়াড্ৰনৰ কমাণ্ডাৰ লেফটেনেণ্ট কৰ্ণেল কেৰী ৰেই এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, এই পৰীক্ষাই মিছাইল ব্যৱস্থাৰ বিভিন্ন উপাদানৰ কাৰ্য্যক্ষমতা মূল্যায়ন কৰাত সহায় কৰে। তেওঁ বুজাই দিয়ে যে এনে পৰীক্ষণে দেশৰ স্থল পাৰমাণৱিক শক্তিক আৰু অধিক শক্তিশালী আৰু প্ৰস্তুত কৰিব পাৰে।

শেহতীয়াকৈ আমেৰিকা আৰু ইজৰাইলে ইৰাণক আক্ৰমণ কৰাৰ সময়ত এই পৰীক্ষা কৰা হৈছে। সেই আক্ৰমণত ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যু হৈছিল আৰু সমগ্ৰ অঞ্চলটোত যুদ্ধৰ সূচনা হৈছিল। ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰাৰ সতৰ্কবাণী দি কয় যে এক বৃহৎ আক্ৰমণৰ সম্ভাৱনা আছে। য’ত আমেৰিকাই ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়াৰ পণ লৈছে।

Tags: AmericaIrannuclear weapon

Related Posts

উপসাগৰীয় দেশকে ধৰি যুদ্ধবিধ্বস্ত এই দেশসমূহত আৱদ্ধ বহু ভাৰতীয় লোক, মুকলি কৰিলে হেল্পলাইন নম্বৰ
Top News

উপসাগৰীয় দেশকে ধৰি যুদ্ধবিধ্বস্ত এই দেশসমূহত আৱদ্ধ বহু ভাৰতীয় লোক, মুকলি কৰিলে হেল্পলাইন নম্বৰ

March 5, 2026
ফাকুৱাৰ ৰঙে ক্ষতিগ্ৰস্ত হোৱা চুলি পুনৰ কৰিব তুলিবলৈ ব্যৱহাৰ কৰক এই ৩ ঘৰুৱা সামগ্ৰী

নীতিশ কুমাৰৰ Exit Plan নে কাহিনী এতিয়াও বাকী আছে? বিহাৰৰ ৰাজনৈতিক সমীকৰণে কি কয়?

T20 বিশ্বকাপ ক্ৰিকেটৰ আজি দ্বিতীয়খন ছেমি ফাইনেল; কেতিয়া, ক’ত অনুষ্ঠিত হ’ব এই খেল?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

উপসাগৰীয় দেশকে ধৰি যুদ্ধবিধ্বস্ত এই দেশসমূহত আৱদ্ধ বহু ভাৰতীয় লোক, মুকলি কৰিলে হেল্পলাইন নম্বৰ

ফাকুৱাৰ ৰঙে ক্ষতিগ্ৰস্ত হোৱা চুলি পুনৰ কৰিব তুলিবলৈ ব্যৱহাৰ কৰক এই ৩ ঘৰুৱা সামগ্ৰী

নীতিশ কুমাৰৰ Exit Plan নে কাহিনী এতিয়াও বাকী আছে? বিহাৰৰ ৰাজনৈতিক সমীকৰণে কি কয়?

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ পৰীক্ষা, ‘মিনিটমেন-৩’ ক্ষেপণাস্ত্ৰ নিক্ষেপ

T20 বিশ্বকাপ ক্ৰিকেটৰ আজি দ্বিতীয়খন ছেমি ফাইনেল; কেতিয়া, ক’ত অনুষ্ঠিত হ’ব এই খেল?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025