• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

T20 বিশ্বকাপ ক্ৰিকেটৰ আজি দ্বিতীয়খন ছেমি ফাইনেল; কেতিয়া, ক’ত অনুষ্ঠিত হ’ব এই খেল?

Nation NE by Nation NE
March 5, 2026
in Top News, ক্ৰীড়া
0 0
T20 বিশ্বকাপ ক্ৰিকেটৰ আজি দ্বিতীয়খন ছেমি ফাইনেল; কেতিয়া, ক’ত অনুষ্ঠিত হ’ব এই খেল?
Share on FacebookShare on TwitterWhatsApp

ICC টি-২০ বিশ্বকাপ ২০২৬ এতিয়া আটাইতকৈ ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছে। আজি অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ দ্বিতীয়খন ছেমি ফাইনেল। এই খেলখন মুম্বাইৰ ঐতিহাসিক ষ্টেডিয়াম ৱাংখেড়েৰত অনুষ্ঠিত হ’ব।

তাৎপৰ্যপূৰ্ণভাৱে ভাৰত আৰু ইংলেণ্ডৰ মাজত এয়া একেৰাহে তৃতীয় টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল। ইয়াৰ পূৰ্বে ২০২২ আৰু ২০২৪ সংস্কৰণত এই পৰ্যায়ত দুয়োটা দলৰ মাজত সংঘৰ্ষ হৈছিল। ক্ৰিকেট অনুৰাগীসকলে আন এক হাই ভল্টেজ প্ৰতিযোগিতাৰ আশা কৰিছে।

ভাৰত আৰু ইংলেণ্ডৰ মাজত এই গুৰুত্বপূৰ্ণ খেলখন সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব। মেচ আৰম্ভ হোৱাৰ আধা ঘণ্টা পূৰ্বে সন্ধিয়া ৬:৩০ বজাত টছ অনুষ্ঠিত হ’ব। ফাইনেলত স্থান লাভৰ বাবে দুয়োটা দলে প্ৰতিদ্বন্দ্বিতা কৰিব।

এই মেচখনৰ বিজয়ী দলটোৱে পোনপটীয়াকৈ ফাইনেললৈ আগবাঢ়িব। অহা ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফাইনেল মেচ । প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি নিউজিলেণ্ডে ফাইনেলত স্থান নিশ্চিত কৰে। এতিয়া সকলোৰে দৃষ্টি ভাৰত আৰু ইংলেণ্ডৰ মেচখনৰ ওপৰত।

ভাৰতীয় দলটোত থাকিব : ঈশান কিষাণ (উইকেটকীপাৰ), অভিষেক শৰ্মা, তিলক ভাৰ্মা, সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, অক্ষৰ পেটেল, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, সঞ্জু চেমছন, মহম্মদ চিৰাজ, ৱাশ্বিংটন সুন্দৰ, আৰ্ষদীপ সিং।

ইংলেণ্ডৰ দলটোত থাকিব : হেৰী ব্ৰুক (অধিনায়ক), ৰেহান আহমেদ, জোফ্ৰা আৰ্চাৰ, টম বেণ্টন, জেকব বেথেল, জোছ বাটলাৰ, ছেম কাৰাণ, লিয়াম ড’ছন, বেন ডাকেট, উইল জেকছ, জেমী অভাৰটন, আদিল ৰছিদ, ফিলিপ ছল্ট, জোছ টংগে, লুক উড।

Tags: #cricketSportsworld cup

Related Posts

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026

শীৰ্ষ সংবাদ

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025