• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

Nation NE by Nation NE
March 13, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Share on FacebookShare on TwitterWhatsApp

পাৰস্য উপসাগৰত চলি থকা যুদ্ধৰ মাজতে ওলাইছে এক ডাঙৰ খবৰ। আমেৰিকাৰ আটাইতকৈ ডাঙৰ আৰু বিপজ্জনক যুদ্ধজাহাজ ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ড (চিভিএন-৭৮)ত সংঘটিত হৈছে অগ্নিকাণ্ড। লোহিত সাগৰত নিয়োজিত এই পাৰমাণৱিক শক্তিচালিত যুদ্ধ জাহাজখনক ইৰাণৰ বিৰুদ্ধে আক্ৰমণৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা হৈছিল।

আমেৰিকাৰ নৌসেনাই দাবী কৰিছে যে, শত্ৰুতাৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱা নাই। এই অগ্নিকাণ্ডই জাহাজখনৰ প্ৰচলনত কোনো ক্ষতি কৰা নাই। সম্প্ৰতি এই বিমানবাহী জাহাজখন সুকলমে চলি আছে। এই ঘটনাত ২ জন আমেৰিকান জোৱান আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে। বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে।

ইজৰাইলৰ সমান্তৰালকৈ ইৰাণৰ বিৰুদ্ধে যুদ্ধ চলাই আছে আমেৰিকাই। আমেৰিকাই এই বিমানবাহী জাহাজখন এয়াৰবেছ হিচাপে ব্যৱহাৰ কৰি আছে। আমেৰিকাৰ সেনাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, ১২ মাৰ্চত ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ড (চিভিএন-৭৮) বিমানত অগ্নিকাণ্ড সংঘটিত হৈছিল। যুদ্ধজাহাজখনৰ মূল কাপোৰ ধোৱা ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। অৱশ্যে এই বিমানবাহী জাহাজখন কাৰ্যক্ষম হৈ আছে। এই ঘটনাত আহত দুজন নাৱিক আৰু আঘাতৰ বাবে চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ অৱস্থা সুস্থিৰ।

এই জাহাজ বিশ্বৰ আটাইতকৈ দামী বিমানবাহী জাহাজ আৰু আমেৰিকাৰ এক গুৰুত্বপূৰ্ণ নৌসেনা বাহিনী। আমেৰিকাৰ নৌসেনাৰ চিভিএন-৭৮ ফৰ্ড ক্লাছৰ প্ৰথমখন জাহাজ। ৩৮ সংখ্যক ৰাষ্ট্ৰপতি জেৰাল্ড ফৰ্ডৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। ইয়াৰ দৈৰ্ঘ্য ৩৩৩ মিটাৰ আৰু ওজন এক লাখ টন। ই পাৰমাণৱিক চালিত ছুপাৰকেৰিয়াৰ। ইয়াত দুটা এ ১ বি নিউক্লিয়াৰ ৰিয়েক্টৰ আৰু ইলেক্ট্ৰ’মেগনেটিক লঞ্চ চিষ্টেম আছে। ইয়াত ৯০খনতকৈও অধিক যুঁজাৰু বিমান কঢ়িয়াব পাৰি। ইয়াৰ আনুমানিক ব্যয় ১৩ বিলিয়ন ডলাৰ। ২০১৭ চনত আমেৰিকাই ইয়াক বিশ্বৰ আগত উন্মোচন কৰিছিল।

Tags: AmericaSEAShipWar

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

March 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

শীৰ্ষ সংবাদ

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025