• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
20 °c
Guwahati
20 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

Nation NE by Nation NE
March 21, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…
Share on FacebookShare on TwitterWhatsApp

হোলীৰ পিছদিনা আৰম্ভ হোৱা গণগৌৰ উৎসৱ ১৬ দিনলৈকে চলি থাকে। অৱশ্যে চ’ত মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিত পালন কৰা এই উৎসৱৰ বিশেষ তাৎপৰ্য আছে। ২০২৬ চনৰ গণগৌৰ উৎসৱ ২১ মাৰ্চ অৰ্থাৎ আজি গণগৌৰ উৎসৱ পূজা পালন কৰা হৈছে।

গণগৌৰ শব্দৰ অৰ্থ হ’ল শিৱ আৰু গৌৰী। সেয়েহে এই উৎসৱে স্বামী-স্ত্ৰীৰ প্ৰেম, বৈবাহিক জীৱন তথা ভক্তিক প্ৰতিনিধিত্ব কৰে। এই দিনটোতে বিবাহিতা মহিলাসকলে উপৱাসে থাকি ভগবানক পূজা কৰি স্বামীৰ দীৰ্ঘায়ু আৰু সুখী বৈবাহিক জীৱনৰ বাবে প্ৰাৰ্থনা কৰে। অবিবাহিত মহিলাসকলেও এই ব্ৰত পালন কৰি উপযুক্ত জীৱন সংগী লাভৰ বাবে মহাপ্ৰভূ শিৱ আৰু মা গৌৰীক পূজা কৰে।

দেশৰ বহু ৰাজ্যত গণগৌৰ পূজা পালন কৰা হয়। মধ্যপ্ৰদেশৰ দেৱাছ জিলাৰ বাগলী খণ্ডৰ জনজাতীয় সমাজে অতি আড়ম্বৰ আৰু প্ৰদৰ্শনেৰে গণগৌৰ উৎসৱ উদযাপন কৰে। কিন্তু এই জিলাখনত গণগৌৰ পূজাৰ এক অনন্য পৰম্পৰা পালন কৰা হয়, যিটো একেবাৰে বেলেগ আৰু আচৰিত ধৰণৰ।

গণগৌৰ পূজাৰ দিনা পত্নীসকলে স্বামীৰ দীৰ্ঘায়ুৰ বাবে ব্ৰত পালন কৰে আৰু আনফালে লাঠিৰে প্ৰহাৰ কৰে। স্থানীয় লোকবিশ্বাসত গভীৰভাৱে শিপাই আছে এই অনুষ্ঠান। পৰম্পৰাগতভাৱে গুড়ৰ পাত্ৰ ভাঙি পেলোৱাৰ এক অনুষ্ঠান আছে, যাৰ বাবে ওখ কাঠৰ লাঠিৰ ওপৰত গুড়ৰ পাত্ৰ বান্ধি থোৱা হয়। ইয়াৰ পিছতে স্বামীসকলে আহি এই গুড় ভৰ্তি এই পাত্ৰটো ভাঙিবলৈ চেষ্ট কৰে।

ইফালে মহিলাসকলে পুৰুষসকলক এই পাত্ৰ ভঙাত বাধা দিয়ে।যাৰ বাবে পত্নীসকলে স্বামীক অমিতা কাঠেৰে আঘাত কৰে। পুৰুষেও নিজকে ৰক্ষা কৰিবলৈ ঢাল ব্যৱহাৰ কৰে। এই খেল সাতবাৰলৈ চলি থাকে, য’ত পুৰুষসকল কেতিয়াবা আঘাতপ্ৰাপ্তও হয়। স্থানীয় লোকৰ মতে স্বামীৰ শৰীৰত এই আঘাত দেৱী দুৰ্গাৰ আশীৰ্বাদহে।

এই পৰম্পৰাৰ আঁৰৰ বিশ্বাস হ’ল পত্নীয়েই ঘৰৰ লক্ষ্মী। গোটেই বছৰটো কোনো কোনো পৰিয়ালত স্বামীয়ে পত্নীৰ ওপৰত শাসন চলায়। গতিকে এই এদিন পত্নীয়ে স্বামীক প্ৰহাৰ কৰি গোটেই বছৰটোৰ কু-কৰ্মৰ বাবে ক্ষমা কৰি দিয়ে।

Tags: FestivalReligionritual

Related Posts

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?
Top News

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

March 21, 2026
আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

March 21, 2026
চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 21, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 21, 2026

শীৰ্ষ সংবাদ

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025