• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 24, 2026
23 °c
Guwahati
23 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

স্বৰূপ সলনি হ’ব সংসদৰ! লোকসভাত মহিলাৰ আসনৰ সংখ্যা ২৭৩ লৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি

Nation NE by Nation NE
March 24, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
স্বৰূপ সলনি হ’ব সংসদৰ! লোকসভাত মহিলাৰ আসনৰ সংখ্যা ২৭৩ লৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি
Share on FacebookShare on TwitterWhatsApp

মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ বাবে সংসদৰ চলিত অধিৱেশনত কমেও দুখন বিধেয়ক (সাংবিধানিক সংশোধনীকে ধৰি) উত্থাপন কৰাৰ প্ৰস্তুতি চলাইছে চৰকাৰে। এই বিধেয়কৰ অধীনত পৰৱৰ্তী লোকসভা আৰু পৰৱৰ্তী বিধানসভা নিৰ্বাচনত এক তৃতীয়াংশ (৩৩%) আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হ’ব। এই পদক্ষেপে দেশৰ ৰাজনৈতিক পৰিৱেশ সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিব বুলি আশা কৰা হৈছে।

এক প্ৰতিবেদন অনুসৰি, চৰকাৰৰ এই পৰিকল্পনাত লোকসভাৰ মুঠ আসনৰ সংখ্যা বৰ্তমানৰ ৫৪৩খনৰ পৰা ৮১৬খনলৈ বৃদ্ধি পাব পাৰে। অৰ্থাৎ ২৭৩খন নতুন আসন সংযোজন কৰা হ’ব, ইয়াৰে অধিকাংশ আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব। ইয়াৰ ফলত সংসদত সংখ্যাগৰিষ্ঠতাৰ সংখ্যাও ৪০৯ লৈ বৃদ্ধি পাব।

এই বৃদ্ধি যোৱা ৫ দশকৰ ভিতৰত প্ৰথমটো হ’ব। ইয়াৰ দ্বাৰা বৰ্তমানৰ পুৰুষ সাংসদৰ ৰাজনৈতিক স্থিতিৰ প্ৰতি কোনো ধৰণৰ ভাবুকি নপৰে। ইয়াৰ ফলত ৰাজ্যসভা আৰু ৰাজ্যিক বিধান পৰিষদৰ সদস্যৰ সংখ্যাত কোনো প্ৰভাৱ নপৰে।

২০২৩ চনত গৃহীত হোৱা নাৰী শক্তি বন্দন আইনখনে নতুন লোকপিয়লৰ পিছত মহিলা সংৰক্ষণক সীমা নিৰ্ধাৰণৰ সৈতে জড়িত কৰি ৰাখিছিল। এতিয়া চৰকাৰে এই ব্যৱস্থা আঁতৰাইছে। নতুন লোকপিয়লৰ তথ্যত সময় লাগিব পাৰে, গতিকে চৰকাৰে ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত নতুন সীমা নিৰ্ধাৰণৰ কথা চিন্তা কৰিছে যাতে এই কোটা ২০২৯ চনৰ ৩১ মাৰ্চৰ পিছত অনুষ্ঠিত হোৱা নিৰ্বাচনত কাৰ্যকৰী কৰিব পৰা যায়।

দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁলোকৰ উন্নত প্ৰদৰ্শনৰ বাবে সংসদত তেওঁলোকৰ প্ৰতিনিধিত্ব হ্ৰাস পাব পাৰে বুলি চিন্তিত হৈ পৰিছিল। চৰকাৰে নিশ্চিত কৰিছে যে প্ৰতিখন ৰাজ্যৰ বাবে আসনৰ সংখ্যা ৫০% বৃদ্ধি পাব, তেওঁলোকৰ আনুপাতিক প্ৰতিনিধিত্ব বজাই ৰাখি।

  • উত্তৰ প্ৰদেশঃ আসন ৮০ৰ পৰা ১২০লৈ বৃদ্ধি।
  • বিহাৰঃ আসন ৪০ৰ পৰা ৬০লৈ বৃদ্ধি পাব।
  • কেৰালাঃ ২০ৰ পৰা ৩০লৈ বৃদ্ধি হ’ব আসন।

একে অনুপাততে অনুসূচিত জাতি (SC)ৰ আসন ৮৪ৰ পৰা ১২৬লৈ, আৰু অনুসূচিত জনজাতিৰ (ST) আসন ৪৭ৰ পৰা ৭০লৈ বৃদ্ধি হোৱাৰ প্ৰকল্প কৰা হৈছে। সৰু ৰাজ্য/সংঘৰ শাসিত অঞ্চলত (য’ত মাত্ৰ ১ বা ২ খন আসন আছে) প্ৰতি তৃতীয় নিৰ্বাচনত ঘূৰণীয়া ভিত্তিত মহিলাৰ বাবে আসন সংৰক্ষিত কৰা হ’ব।

৪ এপ্ৰিলত সমাপ্ত হ’বলগীয়া বাজেট অধিবেশনত এই বিধেয়কসমূহ গৃহীত কৰিবলৈ চৰকাৰ আগ্ৰহী। যদি সহমতত আৰু কেইদিনমান সময় লাগে তেন্তে বাজেট অধিবেশন বৃদ্ধি কৰিব পাৰে বা মহিলা কোটাৰ বাবে বিশেষ অধিবেশনৰ আহ্বান কৰিব পাৰে।

কংগ্ৰেছ আৰু বাওঁপন্থী দলে এই বিষয়ত সৰ্বদলীয় বৈঠকৰ দাবী জনাইছে। তৃণমূল কংগ্ৰেছে অমিত শ্বাহৰ বৈঠকৰ পৰা বিৰত থাকে। ইফালে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ দৰে দলসমূহে মহিলা কোটাৰ ভিতৰত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে পৃথকে সংৰক্ষণৰ দাবী জনাইছে।

Tags: LoksabhaseatWomen

Related Posts

অত্যাধিক খং স্বাস্থ্যৰ বাবে ক্ষতিকাৰক; অতিপাত খঙক নিয়ন্ত্ৰণ কৰাত অতি উপযোগী এইসমূহ উপায়
Top News

অত্যাধিক খং স্বাস্থ্যৰ বাবে ক্ষতিকাৰক; অতিপাত খঙক নিয়ন্ত্ৰণ কৰাত অতি উপযোগী এইসমূহ উপায়

March 24, 2026
পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ষ্টক মাৰ্কেট! জানক কিমান পইণ্ট অতিক্ৰম কৰিলে চেন্সেক্স-নিফ্টিয়ে…

উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমান,  ১১০ জনৰ প্ৰাণহানি

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাসংকট! ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ ৰোধ কৰিবলৈ এই মুছলমান দেশক সহায় ভাৰতৰ

March 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 24, 2026

শীৰ্ষ সংবাদ

অত্যাধিক খং স্বাস্থ্যৰ বাবে ক্ষতিকাৰক; অতিপাত খঙক নিয়ন্ত্ৰণ কৰাত অতি উপযোগী এইসমূহ উপায়

স্বৰূপ সলনি হ’ব সংসদৰ! লোকসভাত মহিলাৰ আসনৰ সংখ্যা ২৭৩ লৈ বৃদ্ধি কৰাৰ প্ৰস্তুতি

পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ষ্টক মাৰ্কেট! জানক কিমান পইণ্ট অতিক্ৰম কৰিলে চেন্সেক্স-নিফ্টিয়ে…

উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমান, ১১০ জনৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যত মহাসংকট! ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ ৰোধ কৰিবলৈ এই মুছলমান দেশক সহায় ভাৰতৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025