• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 30, 2026
25 °c
Guwahati
25 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
March 30, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • আজিৰে পৰা ফাষ্টট্ৰেক আদালতত হ’ব জুবিন গাৰ্গ মৃত্যু গোচৰৰ শুনানি। দৈনিক শুনানি গ্ৰহণ কৰিব আদালতে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত চলিব বিচাৰ প্ৰক্ৰিয়া। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ন্যায়াধীশ শৰ্মিলা ভূঞাক এই বিষয়টোৰ দ্বায়িত্ব অৰ্পণ। এতিয়াৰে পৰা প্ৰতিদিনে হ’ব জুবিন গাৰ্গৰ গোচৰৰ শুনানি। প্ৰবল জনমতৰ বাবে চৰকাৰৰ অনুৰোধত উচ্চ ন্যায়লয়ে গঠন কৰিছিল ফাষ্টট্ৰেক আদালত।
  • নিৰ্বাচনৰ পূৰ্বে বিপদত বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলক নিষিদ্ধ কৰিলে ২ ইছলামিক সংগঠনে। অসম ৰাজ্যিক মৌলানা মুস্তাক আনফৰ জমিয়ত উলেমা আৰু নদওয়াতুত তামীৰ নামৰ ২ সংগঠনে বৰ্জন কৰিলে AIUDF আৰু আজমলক। ডবকাত আজমলৰ বিৰুদ্ধে সমবেত হৈছে হাজাৰ হাজাৰ আলিম আৰু উলেমা। AIUDF আৰু বদৰুদ্দিন আজমলক মুছলমানৰ প্ৰধান শত্ৰু আখ্যা। লগতে আজমলে বিজেপিক সহায় কৰি আহিছে বুলি মন্তব্য আলিম-উলেমাৰ। সাম্প্ৰদায়িকৰণত সাৰ-পানী যোগোৱা আজমলক বৰ্জন কৰাৰ আহ্বান।আজমলৰ সমষ্টিতে অজাপৰ প্ৰাৰ্থীক মুকলিকৈ সমৰ্থন ইছলামিক সংগঠনৰ।
  • দ্বিতীয় দিনাও অসমত নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। জাগীৰোড আৰু বোকাখাতত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সভা। পুৱা দেওশাল আঞ্চলিক খেলপথাৰত নীতিন নবীনৰ জনসভা। জাগীৰোডৰ বিজেপিৰ প্ৰাৰ্থী পীযূষ হাজৰিকাৰ হৈ প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে। ইয়াৰ পাছতে বোকাখাতত অগপ প্ৰাৰ্থী অতুল বৰাৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ।
  • বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যিক বিধান পৰিষদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনাক লৈ আজি ৰাজনৈতিক কাৰ্যকলাপ তুংগত উঠিছে। মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত দলৰ জ্যেষ্ঠ নেতাসকলে বৈঠক অনুষ্ঠিত কৰিছে। মন কৰিবলগীয়া যে, ১৬ মাৰ্চত ৰাজ্যসভাৰ আসনত জয়লাভ কৰাৰ পিছত আইন অনুসৰি তেওঁ বিধানসভাৰ পৰা ৩০ মাৰ্চৰ ভিতৰত পদত্যাগ কৰাটো বাঞ্ছনীয়।
  • ইৰানৰ সমৰ্থনত লাখ লাখ আমেৰিকাৰ জনতাৰ প্ৰতিবাদ। ট্ৰাম্পৰ বিৰুদ্ধে লাখ লাখ আমেৰিকানৰ প্ৰতিবাদ। আয়াতুল্লা খামেইনিৰ নিধনৰ পিছত নিজৰ দেশতেই জনপ্ৰিয়তা হেৰুৱাইছে ৰাষ্ট্ৰপতি ট্ৰাম্পে। ইৰানৰ শাসন ব্যৱস্থাক সলনি কৰিব বিচৰা ট্ৰাম্পকে এইবাৰ সলনি কৰিব বিচাৰিছে জনতাই। ৱাশ্বিংটন, নিউয়ৰ্ক, চিকাগো, বষ্টন চহৰত ভয়ংকৰ প্ৰতিবাদ। ট্ৰাম্পক শাসনৰ পৰা নমাবৰ বাবে আমেৰিকাত এই প্ৰতিবাদ।
Tags: Latest newsmorning updatetoday news

Related Posts

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ
Top News

ইৰাণত প্ৰৱেশ কৰি ৪০০ কিলোগ্ৰাম ইউৰেনিয়াম জব্দ কৰাৰ পৰিকল্পনা আমেৰিকাৰ, যুদ্ধ নহয় মহাযুদ্ধৰ বাবে প্ৰস্তুতি

March 30, 2026
‘বিবাহিত পুৰুষে লিভ-ইন ৰিলেচনশ্বিপত থকাটো কোনো অপৰাধ নহয়’- এলাহাবাদ হাইক’ৰ্ট
Top News

বিবাহ অবিহনে ‘স্বামী-স্ত্ৰী’! সম্পৰ্ক সুস্থিৰ হ’লে ‘বিবাহিত’ বুলি গণ্য কৰা হ’ব লিভ-ইন দম্পতীক

March 30, 2026
‘গায়ক আৰু নায়ক দুয়োগৰাকীৰে একেদৰে শেষ বিদায়’, সাগৰত পৰি মৃ*ত্যু জুবিন গাৰ্গৰ গীতত অভিনয় কৰা এইগৰাকী অভিনেতাৰ

ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

যুদ্ধৰ মাজতে এই দেশৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, ৫০% হ্ৰাস কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য

March 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 30, 2026

শীৰ্ষ সংবাদ

ইৰাণত প্ৰৱেশ কৰি ৪০০ কিলোগ্ৰাম ইউৰেনিয়াম জব্দ কৰাৰ পৰিকল্পনা আমেৰিকাৰ, যুদ্ধ নহয় মহাযুদ্ধৰ বাবে প্ৰস্তুতি

বিবাহ অবিহনে ‘স্বামী-স্ত্ৰী’! সম্পৰ্ক সুস্থিৰ হ’লে ‘বিবাহিত’ বুলি গণ্য কৰা হ’ব লিভ-ইন দম্পতীক

‘গায়ক আৰু নায়ক দুয়োগৰাকীৰে একেদৰে শেষ বিদায়’, সাগৰত পৰি মৃ*ত্যু জুবিন গাৰ্গৰ গীতত অভিনয় কৰা এইগৰাকী অভিনেতাৰ

যুদ্ধৰ মাজতে এই দেশৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, ৫০% হ্ৰাস কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025