• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চৰকাৰী নিৰ্দেশ নামানে সুদখোৰে; সুদ দিয়াক লৈ চোকা অস্ত্ৰৰে আঘাত

Nation NE by Nation NE
August 5, 2024
in Top News, অসম
0 0
চৰকাৰী নিৰ্দেশ নামানে সুদখোৰে; সুদ দিয়াক লৈ চোকা অস্ত্ৰৰে আঘাত
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যত পুনৰ সুদখোৰৰ দপদপনি। চৰকাৰৰ নিৰ্দেশক ভেঙুচালি কৰি একাংশ সুদখোৰে চলাই গৈছে নিৰ্যাতন। ধন দিব নোৱাৰাৰ বাবে মানসিক নিৰ্যাতন চলালে সুদখোৰে।

ধুবুৰী জিলাৰ গোলকগঞ্জত সংঘটিত হৈছে এই ঘটনা। গৌৰাংগ বজাৰৰ ছিৰাজুল হক নামৰ এজন সুদখোৰে পংকজ মদক নামৰ এজন ব্যক্তিক আঘাত কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অভিযোগ অনুসৰি, পংকজ মদক নামৰ ব্যক্তিজনে সুদৰ মুলধন ঘুৰাই দিয়াক কেন্দ্ৰ কৰি চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা চলায়।

ইফালে, ঘটনা সন্দৰ্ভত পংকজ মদকে গোলকগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰে যদিও তিনিদিন উকলি যোৱাৰ পিছতো প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ নকৰাত ধুবুৰী জিলা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয়  বজৰংগ দলে সুদখোৰৰ দাদাগিৰিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

এই ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় বজৰং দলৰ ধুবুৰী জিলা প্ৰচাৰক কৃষ্ণ ৰাথোৰৰ লগতে সদস্যসকলে অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনা সন্দৰ্ভত অৱগত কৰে। লগতে, গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অতি সোনকালেই দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Tags: #AssamDhuburiGolakganj

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025