• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কি কৰিব নোৱাৰে বিজ্ঞানে; কেইবা কিলোমিটাৰ দূৰৰ পৰাই দিল্লীত কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ সম্পন্ন

Nation NE by Nation NE
August 5, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কি কৰিব নোৱাৰে বিজ্ঞানে; কেইবা কিলোমিটাৰ দূৰৰ পৰাই দিল্লীত কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ সম্পন্ন
Share on FacebookShare on TwitterWhatsApp

চিকিৎসা বিজ্ঞানত বহু ধৰণৰ নতুন প্ৰযুক্তিৰ সম্প্ৰসাৰণ হৈছে । এইসমূহৰ পৰা ৰোগীয়ে যথেষ্ট সুবিধা লাভ কৰিছে। এইসমূহক চেৰ পেলাই চিকিৎসা বিজ্ঞানে কৰিলে অভিলেখ। কিয়নো কেইবা কিলোমিটাৰ দূৰৰ পৰাই কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে চিকিৎসকে।

টেলি-ৰবটিক চাৰ্জাৰী এনে এক প্ৰযুক্তি যাৰ জৰিয়তে চিকিৎসকে কেইবা কিলোমিটাৰ দূৰত বহি ৰোগীৰ অস্ত্ৰোপচাৰ কৰিব পাৰে। দিল্লীৰ ৰাজীৱ গান্ধী কেন্সাৰ ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰত টেলিচাৰ্জাৰীৰ ক্লিনিকেল ট্ৰায়েলত সম্পূৰ্ণ হৈছে অস্ত্ৰোপচাৰ।

ইয়াত চিকিৎসকে টেলি চাৰ্জাৰীৰ সহায়ত ৬ টা অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে। ইয়াত এজন কেন্সাৰ ৰোগীৰ পৰীক্ষামূলক অস্ত্ৰোপচাৰ কৰা হৈছে। ৰোগীজনৰ মূত্ৰাশয়ৰ কাৰ্চিনোমা আছিল আৰু এই পৰীক্ষাৰ জৰিয়তে সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন হৈ গৈছে। ইয়াৰ পদ্ধতিসমূহ হ’ল নেফ্ৰেক্টমী, হিষ্টেৰেকটমী। এই পৰীক্ষাই ৰোগীৰ বাবে টেলিচাৰ্জাৰীৰ সুবিধাৰ পথো মুকলি কৰিছে।

এই পৰীক্ষা ৰাজীৱ গান্ধী কেন্সাৰ ইনষ্টিটিউটৰ জেনিটো-উৰো অংক’লজী বিভাগৰ সঞ্চালক ডাঃ সুধীৰ ৰাৱালে চলাইছিল। তেওঁৰ লগতে আন বহু চিকিৎসকো এই অস্ত্ৰোপচাৰৰ লগত জড়িত আছিল। এই অস্ত্ৰোপচাৰ কোনো জটিলতা নোহোৱাকৈ কৰা হৈছিল। ডাঃ সুধিৰে ৰোগীজনৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ পৰীক্ষাৰ ফলাফল সফল হোৱা বুলি কয়।

টেলি-ৰবটিক অস্ত্ৰোপচাৰ কি?

ডাঃ সুধীৰ ৰাৱালৰ মতে, এই প্ৰযুক্তিৰ সহায়ত ৰোগীৰ অস্ত্ৰোপচাৰ কেইবা কিলোমিটাৰ দূৰৰ পৰা কৰা হয়। ইয়াৰ বাবে অস্ত্ৰোপচাৰ কৰা চিকিৎসকে ৰোগীৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই। অস্ত্ৰোপচাৰ কৰা ৰোগীজনৰ লগত কেমেৰা আৰু অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজনীয় সঁজুলি ৰখা হয়। ৰবটৰ সহায়ত কেমেৰাটো ৰোগীৰ শৰীৰত সুমুৱাই দিয়া হয়।

ডাক্তৰে নিজৰ কেন্দ্ৰত বহি এই ৰবটটোক আদেশ দিয়ে। ৰবটোৰ সহায়ত অস্ত্ৰোপচাৰ কৰা হয়। ইয়াত মাত্ৰ এটা সৰু ছিদ্ৰ কৰিব লাগে আৰু ৰক্তক্ষৰণ কম হয় আৰু আৰোগ্যও লাভ কৰে।  5G স্পীড ইণ্টাৰনেটৰ প্ৰয়োজনটেলি-ৰবটিক চাৰ্জাৰীৰ বাবে 5জি স্পীডযুক্ত ইণ্টাৰনেট ব্যৱস্থাৰ প্ৰয়োজন হয়।

অস্ত্ৰোপচাৰৰ সময়ত ৰবটটোৰ লগতে ৰোগীজনৰ লগত ৰবটো নিৰীক্ষণ কৰা একাংশ চিকিৎসকো থাকে। কেন্দ্ৰৰ পৰা ৰবটটোক নিৰ্দেশনা দিয়া চিকিৎসকজনৰ চকুত ক’লা ৰঙৰ চশমা। ডাক্তৰৰ হাতত ৰিম’ট কন্ট্ৰ’ল। ইয়াৰ জৰিয়তেহে ৰবটটো নিয়ন্ত্ৰিত হয়। ৰবটটোৰ সহায়ত অস্ত্ৰোপচাৰৰ বাবে বহু কম সময় লাগে। এতিয়া পৰীক্ষা সফল হোৱাৰ পিছত এই অস্ত্ৰোপচাৰ আন ৰোগীৰ ওপৰতো কৰিব পৰা যাব বুলি মন্তব্য প্ৰদান চিকিসকজনৰ।

Tags: #AssamHealthIndiaRobbert

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026

শীৰ্ষ সংবাদ

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025