• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

Nation NE by Nation NE
December 8, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…
Share on FacebookShare on TwitterWhatsApp

ইণ্ডিগ’ৰ বিমান সন্দৰ্ভত সংকট বৰ্তমানেও অব্যাহত আছে। ইয়াৰ বাবে হাজাৰ হাজাৰ যাত্ৰী অসুবিধাৰ সন্মুখীন হৈছে। আনহাতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ইণ্ডিগ’ক কাৰণ দেখুৱাইছে।

ইফালে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই যাত্ৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ পৰামৰ্শ জাৰি কৰিছে। কৰ্তৃপক্ষই উল্লেখ কৰিছে যে দিল্লীৰ পৰা অধিকাংশ বিমানে এতিয়া সময়মতে ৰাওনা হৈছে। কিন্তু মন কৰিবলগীয়া যে ৮ ডিচেম্বৰত দিল্লীৰ পৰা ২০০ৰো অধিক বিমান বাতিল কৰা হয়।

দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, দিল্লী বিমানবন্দৰৰ কাম-কাজ বৰ্তমান সুচাৰুৰূপে চলি আছে। অৱশ্যে কিছুমান বিমান বাতিল বা পুনৰ নিৰ্ধাৰণ হ’ব পাৰে। দিল্লী বিমানবন্দৰৰ স্থল দলে যাত্ৰীৰ সুবিধাৰ বাবে অধ্যৱসায়ীভাৱে কাম কৰি আছে।

৮ ডিচেম্বৰত দিল্লী বিমানবন্দৰৰ পৰা ২৩৪ খন বিমান বাতিল হোৱাৰ বিপৰীতে মুম্বাইৰ পৰা ৯ খন বিমান বাতিল কৰা হয়। মুম্বাইৰ পৰা চণ্ডীগড়, নাগপুৰ, বেংগালুৰু, হায়দৰাবাদ, গোৱা, আৰু দৰভংগালৈ বিমান সেৱা বাতিল কৰা হয়। দিল্লীৰ পৰা বাৰাণসী, ইন্দোৰ, হায়দৰাবাদ, বিজয়াৱাদা, আৰু জম্মুলৈ বিমান সেৱাও বাতিল কৰা হয়।

৭ ডিচেম্বৰত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডিজিচিএ) ইণ্ডিগ’ৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) পিটাৰ এলবাৰ্ছ আৰু জবাবদিহিতা পৰিচালক ইছড্ৰ’ পৰ্কেৰাছক বিমানত ব্যাঘাত জন্মাৰ বাবে জাৰি কৰা কাৰণ দেখুৱাই দিয়া জাননীৰ উত্তৰ দিবলৈ অতিৰিক্ত সময় প্ৰদান কৰে। এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, তেওঁলোকক উত্তৰ দাখিল কৰিবলৈ অতিৰিক্ত ২৪ ঘণ্টাৰ সময় দিয়া হৈছে। ইণ্ডিগ’ৰ বিমান সেৱাত বিগত ৬ দিন ধৰি ব্যাপক ব্যাঘাতৰ সন্মুখীন হোৱাত হাজাৰ হাজাৰ যাত্রীৰ অসুবিধাৰ সন্মুখীন হৈছে৷ এই পটভূমিত নিয়ন্ত্ৰকে কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰে।

Tags: cancelFlightIndiGo

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025