• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
26 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বংগত বিজেপিৰ বিজয়ৰ পিছতেই আশাৰ ৰেঙণি বাংলাদেশলৈ, খলিলুৰ ৰহমানে ক’লে ,’নতুন চৰকাৰে কি ভাবে বা কি কৰিব, সেয়া…’

Nation NE by Nation NE
May 7, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Share on FacebookShare on TwitterWhatsApp

বংগ নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক বিজয়ৰ পিছতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে ভাৰতৰ প্ৰতি বহু আশা প্ৰকাশ কৰিছে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰী খলিলুৰ ৰহমানে উল্লেখ কৰিছে যে, বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বহুদিনৰ পৰা স্থবিৰ হৈ থকা তীস্তা জল চুক্তি পুনৰ বিবেচনা কৰা হ’ব পাৰে। কাৰণ ভাৰত আৰু বাংলাদেশৰ মাজত তীস্তা পানীৰ বিবাদ নিষ্পত্তিৰ প্ৰচেষ্টাত মমতা বেনাৰ্জীয়ে বাধা হিচাপে দেখা গৈছে।

ঢাকাৰ সাংবাদিকসকলে যেতিয়া চীনলৈ যোৱাৰ পূৰ্বে খলিলুৰ ৰহমানক প্ৰশ্ন কৰে যে, দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা তীস্তা নদীৰ পানী ভাগ-বতৰাৰ ক্ষেত্ৰত এতিয়াও চুক্তিৰ আশা আছে নে।  তেতিয়া তেওঁ লগে লগে উত্তৰ দিয়ে যে, পশ্চিম বংগত বৰ্তমানেও নতুন চৰকাৰ গঠন হোৱা নাই  আৰু গতিকে নতুন চৰকাৰে কি ভাবে বা কি কৰিব সেয়া কোৱাটো তেওঁলোকৰ কাম।

ইয়াৰ পিছতে ২০১১ চনত হোৱা চুক্তিৰ উদ্ধৃতি দি বাংলাদেশৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে চুক্তিখনৰ পুনৰ বিবেচনাৰ আশা প্ৰকাশ কৰে। খলিলুৰ ৰহমানে কয় যে, ভাৰতৰ সিদ্ধান্তলৈ বাংলাদেশে অপেক্ষা নকৰে, কিয়নো এয়া নদীৰ পাৰত বসবাস কৰা লোকসকলৰ বাবে জীৱন-মৃত্যুৰ বিষয়।

২০১১ চনত বাংলাদেশ আৰু ভাৰতে তীস্তা নদীক লৈ এক চুক্তিত উপনীত হয়। তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ঢাকা ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হ’ব বুলি আশা কৰা হৈছিল যদিও পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰোধিতাৰ বাবে চুক্তিখন স্থগিত ৰখা হৈছিল। ইয়াৰ পিছতে বাংলাদেশে তীস্তা নদীৰ সৰ্বাংগীন ব্যৱস্থাপনা আৰু পুনৰুদ্ধাৰ প্ৰকল্প আৰম্ভ কৰে। ২০১৯ চনত বেইজিং ভ্ৰমণৰ সময়ত শ্বেখ হাচিনাই এই প্ৰকল্পৰ বাবে চীনৰ সহায় বিচাৰিছিল।

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ছামা ওবাইদে সোমবাৰে পশ্চিম বংগৰ নিৰ্বাচনক ভাৰতৰ ঘৰুৱা উন্নয়ন বুলি অভিহিত কৰে। ইয়াৰ পিছতে শাসকীয় বিএনপিৰ মিডিয়া চেলৰ সদস্য ছাইৰুল কবীৰ খানে ঢাকা-দিল্লী সম্পৰ্কত ইতিবাচক উন্নয়নৰ আশা প্ৰকাশ কৰে।

Tags: ElectionVoteWest Bengal

Related Posts

আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি
Top News

আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026

শীৰ্ষ সংবাদ

আমেৰিকাত পোনপটীয়াকৈ আক্ৰমণ ইৰাণৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত যথেষ্ট ক্ষতি আমেৰিকাৰ; তেহৰানে মুকলি কৰিলে উপগ্ৰহৰ ছবি

বংগত বিজেপিৰ বিজয়ৰ পিছতেই আশাৰ ৰেঙণি বাংলাদেশলৈ, খলিলুৰ ৰহমানে ক’লে ,’নতুন চৰকাৰে কি ভাবে বা কি কৰিব, সেয়া…’

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025