‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
পুনৰ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ কয় যে, তেওঁৰ জন্ম বংগত আৰু তেওঁ বংগতেই মৰিব। ...
পুনৰ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ কয় যে, তেওঁৰ জন্ম বংগত আৰু তেওঁ বংগতেই মৰিব। ...
আগন্তুক পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে। ৰাজনৈতিক দলসমূহে সক্ৰিয়ভাৱে প্ৰচাৰ চলাইছে। ইফালে বিজেপিয়ে প্ৰকাশ কৰিছে পঞ্চম ...
তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবীৰে দাবী কৰে যে বাবৰি মছজিদ নিৰ্মাণৰ বাবে বৰ্তমানলৈ ৫ কোটিতকৈ অধিক টকাৰ বৰঙণি জমা ...
শনিবাৰে নিশা পশ্চিম বংগৰ উত্তৰ প্ৰান্তত হোৱা মূষলধাৰ বৰষুণত বিস্তৰ ক্ষতিসাধন হোৱাৰ খবৰ আহিছে। নেৰানেপেৰা বৰষুণৰ ফলত দাৰ্জিলিঙৰ মিৰিক আৰু ...
ধাৰাসাৰ বৰষুণৰ ফলত পশ্চিমবংগৰ কলকাতাত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। কেইবাটাও অঞ্চল পানীত ডুব যোৱাৰ ফলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ ...
শুকুৰবাৰে সন্ধিয়া পশ্চিম বংগৰ বিৰভূম জিলাস্থিত শিল কুঁৱৰীত হোৱা ভয়ংকৰ দুৰ্ঘটনাত ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে। ...
বিহাৰৰ গয়াত প্ৰায় ১৩ হাজাৰ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত উপস্থিত ...
পশ্চিমবংগৰ কোচবিহাৰৰ ডোডেয়াৰহাটত গুলীচালনা সংঘটিত হোৱাৰ খবৰ আহিছে। এই গুলীচালনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। ...
পশ্চিম বংগৰ দুৰ্গা পূজাৰ কমিটিসমূহলৈ ডাঙৰ খবৰ। বৃহস্পতিবাৰে পশ্চিম বংগ চৰকাৰে দুৰ্গা পূজাৰ আয়োজক সমিতিসমূহৰ বাবে এটা ডাঙৰ ঘোষণা কৰি ...
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। মমতা বেনাৰ্জীয়ে শাসনত অধিষ্ঠিত হৈ ...