• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
26 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
May 14, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ ১২ টা ডাঙৰ সিদ্ধান্ত। পেট্ৰ’ল আৰু ডিজেলৰ ১৫ৰ পৰা ২০ বছৰীয়া পুৰণি গাড়ী বন্ধ কৰিব চৰকাৰে। পূৰ্বতকৈ চৰকাৰে ক্ৰয় কৰিব ২০ শতাংশ কম পেট্ৰল ডিজেল। অহা ছমাহলৈ নতুন গাড়ী ক্ৰয় নকৰে ৰাজ্য চৰকাৰে। মন্ত্ৰীসকলেও নাপাব নতুন গাড়ী। গাড়ী ভাৰা ল’লে বৈদ্যুতিক বাহন লোৱা হ’ব। লগতে মুখ্যমন্ত্ৰীয়ে হ্ৰাস কৰিব নিজৰ কনভয়ৰ সংখ্যা।
  • অন কেমেৰা প্ৰচণ্ড ধুমুহাই উৰুৱাই নিয়ে যুৱকক। ভয়ংকৰ ধুমুহাত এইপৰ্যন্ত ৭৪ জনৰ প্ৰাণহানি। ১০০ কিলোমিটাৰ গতিবেগত অহা ধুমুহাত বিস্তৰ ক্ষতি। উত্তৰ প্ৰদেশৰ ৩৮ খন জিলাত কালৰূপ ধৰিছে ধুমুহাই। ধুমুহাই উৰুৱাই নিয়ে বহু লোকৰ বাসগৃহৰ লগতে বহু বিলাসী বাহন। ধুমুহাৰ বাবে ব্যাহত হৈ পৰিছে বিজুলী আৰু যোগাযোগ ব্যৱস্থা।
  • যিকোনো মুহূৰ্ততে বৃদ্ধি পাব পাৰে পেট্ৰ’ল-ডিজেলৰ দাম। ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াৰ গৱৰ্ণৰে দিলে ডাঙৰ ইংগিত।RBI-ৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ গুৰুত্বপূৰ্ণ মন্তব্য। পশ্চিম এছিয়াত চলি থকা সংঘাত দীৰ্ঘদিনীয়া সংঘাতৰ বাবেই  ধৰি চলি বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা।পশ্চিম এছিয়াৰ সংকট অব্যাহত থাকিলে খুচুৰা ইন্ধনৰ দাম বৃদ্ধি লগতে পৰিবহণ খৰচ আৰু মুদ্ৰাস্ফীতি দুয়োটাই বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
  • ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চেনিৰ ৰপ্তানিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চেনিৰ ৰপ্তানিক লৈ ৩০ ছেপ্টেম্বৰ পৰ্যন্ত এই নিষেধাজ্ঞা। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ কাৰণে এই নিষেধাজ্ঞা ভাৰত চৰকাৰৰ।
Tags: Latest newsmorning newsnews update

Related Posts

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ
Top News

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

May 14, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Top News

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

May 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 13, 2026

শীৰ্ষ সংবাদ

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025