• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 25, 2026
26 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
May 25, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • জনতাৰ মূৰত মাধমাৰ। ১০ দিনত চতুৰ্থবাৰলৈ বৃদ্ধি ইন্ধনৰ দাম। প্ৰতিলিটাৰ পেট্ৰ’লত ২.৬১ টকাকৈ বৃদ্ধি দাম। প্ৰতিলিটাৰ ডিজেলত ২.৭১ টকাকৈ বৃদ্ধি দাম। গুৱাহাটীত ১০৫ টকাৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ’লৰ দামে। দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০২.১২ টকা আৰু দিল্লীত প্ৰতিলিটাৰ ডিজেলত ৯৫.২০ টকা।
  • ২৫ মে’ত  মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ আম্বেনালি ঘাটত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। দুৰ্ঘটনাত ৮ জনকৈ লোকৰ প্ৰাণহানি। মহাবলেশ্বৰ আৰু পোলাডপুৰৰ মাজত অৱস্থিত আম্বেনালি ঘাটত সংঘটিত হয় এই ঘটনা। নিহত আটাইকেইজন সতৰাৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী প্ৰশাসনে মহাবলেশ্বৰ ট্ৰেকাৰছ, প্ৰতাপগড উদ্ধাৰ দল, আৰু স্থানীয় বাসিন্দাসকলৰ সৈতে যৌথভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
  • ইউক্ৰেইনৰ ৰাজধানী কীৱত ২৪ মে’ৰ নিশা ৰাছিয়াই ড্ৰ’ন আৰু মিছাইলৰে বিধ্বংসী আক্ৰমণ চলায়। এই আক্ৰমণৰ পিছতেই কীৱৰ বহু ঠাইত জুই, বিস্ফোৰণ আৰু ধোঁৱাৰ এক ভয়ানক দৃশ্য দেখা গৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত কীৱৰ মধ্য অংশত ক্ৰুজ মিছাইল পৰি থকা দেখা গৈছে। মিছাইলটো খুন্দা মৰাৰ লগে লগে এক বৃহৎ বিস্ফোৰণ ঘটে। গোটেই ৰাতি কিয়ভত বিস্ফোৰণৰ শব্দ প্ৰতিধ্বনিত হৈ থাকে।
  • মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকা, ইৰাণ আৰু পশ্চিম এছিয়াৰ কেইবাখনো দেশৰ মাজত শান্তি চুক্তিৰ দিশত যথেষ্ট অগ্ৰগতি হৈছে। ট্ৰাম্পে উল্লেখ কৰে যে তেওঁ হোৱাইট হাউছৰ অভাল অফিচত কেইবাখনো দেশৰ নেতাৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল। এই আলোচনাৰ সময়ত ইৰাণ আৰু শান্তি চুক্তিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়।
Tags: Latest newsmorning newsnews update

Related Posts

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

ট্ৰাম্পৰ ডাঙৰ দাবী: ইৰান শান্তি চুক্তিৰ প্ৰস্তুতি, হৰমুজ জলদ্বীপ মুকলি সন্দৰ্ভত আলোচনা

May 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 25, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ
Top News

ইউৰেনিয়াম এৰিবলৈ সন্মত ইৰাণ, তেহৰাণৰ শক্তি হৈ পৰা হৰমুজ কিয় হৈ পৰিল ইমান গুৰুত্বপূৰ্ণ?

May 24, 2026
চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা
Top News

চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা

May 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 24, 2026

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ ডাঙৰ দাবী: ইৰান শান্তি চুক্তিৰ প্ৰস্তুতি, হৰমুজ জলদ্বীপ মুকলি সন্দৰ্ভত আলোচনা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

ইউৰেনিয়াম এৰিবলৈ সন্মত ইৰাণ, তেহৰাণৰ শক্তি হৈ পৰা হৰমুজ কিয় হৈ পৰিল ইমান গুৰুত্বপূৰ্ণ?

চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025