• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 25, 2026
26 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰাম্পৰ ডাঙৰ দাবী: ইৰান শান্তি চুক্তিৰ প্ৰস্তুতি, হৰমুজ জলদ্বীপ মুকলি সন্দৰ্ভত আলোচনা

Nation NE by Nation NE
May 25, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Share on FacebookShare on TwitterWhatsApp

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকা, ইৰাণ আৰু পশ্চিম এছিয়াৰ কেইবাখনো দেশৰ মাজত শান্তি চুক্তিৰ দিশত যথেষ্ট অগ্ৰগতি হৈছে। ট্ৰাম্পে উল্লেখ কৰে যে, তেওঁ হোৱাইট হাউছৰ অভেল অফিচত কেইবাখনো দেশৰ নেতাৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল। এই আলোচনাৰ সময়ত ইৰাণ আৰু শান্তি চুক্তিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়।

ট্ৰাম্পৰ মতে, এই চুক্তিৰ অংশ হিচাপে হৰমুজ জলদ্বীপ মুকলি কৰাৰ ক্ষেত্ৰত চুক্তি কৰা হৈছে। ট্ৰাম্পে কয় যে তেওঁ ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমান, সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ান, কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানী, পাকিস্তানৰ ফিল্ড মাৰ্শ্বাল আছিম মুনীৰ আহমদ শ্বাহ, তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানকে ধৰি কেইবাজনো নেতাৰ সৈতে আলোচনাত মিলিত হৈছিল।

ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছি, জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লা, বাহৰেইনৰ ৰজা হামাদ বিন ইছা আল খলিফাইও এই আলোচনাত অংশগ্ৰহণ কৰে। ট্ৰাম্পে কয় যে, সকলো নেতাৰ সৈতে হোৱা আলোচনা ইতিবাচক আছিল আৰু অঞ্চলটোত শান্তি ঘূৰাই অনাৰ বাবে চুক্তি কৰা হৈছে। ট্ৰাম্পে কয় যে, আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা চুক্তিখন চূড়ান্ত কৰাৰ কাম চলি আছে। তেওঁ লগতে কয় যে তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৰ সৈতে ফোনযোগে পৃথকে পৃথকে কথা পাতিছিল। ট্ৰাম্পৰ মতে, নেতান্যায়াহুৰ সৈতে হোৱা কথা-বতৰাও অতি ভাল আছিল। তেওঁ কয় যে, চুক্তিখনৰ চূড়ান্ত বিন্দু আৰু কাৰিকৰী দিশসমূহৰ ওপৰত আলোচনা চলি আছে আৰু অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰা হ’ব পাৰে। ট্ৰাম্পে সমগ্ৰ চুক্তিখনক পশ্চিম এছিয়াত শান্তি আৰু স্থিতিশীলতাৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে।

হৰমুজ জলদ্বীপক বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যিক পথ হিচাপে গণ্য কৰা হয়। ইয়াৰ মাজেৰে বৃহৎ পৰিমাণৰ খাৰুৱা তেল আৰু গেছ বৈ যায়। ট্ৰাম্পে কয় যে প্ৰস্তাৱিত চুক্তিৰ অধীনত এই পথ মুকলি কৰাৰ বাবে একমতত উপনীত হৈছে। আঞ্চলিক উত্তেজনা আৰু নিৰাপত্তাৰ চিন্তাৰ বাবে এই পথটো দীৰ্ঘদিন ধৰি বিশ্বব্যাপী কেন্দ্ৰবিন্দু হৈ আহিছে। এই চুক্তি চূড়ান্ত হ’লে বিশ্ব বাণিজ্য আৰু শক্তি যোগানৰ ক্ষেত্ৰত সকাহ দিব পাৰে বুলি ট্ৰাম্পে কয়।

Tags: hormuzIranTrump

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 25, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ
Top News

ইউৰেনিয়াম এৰিবলৈ সন্মত ইৰাণ, তেহৰাণৰ শক্তি হৈ পৰা হৰমুজ কিয় হৈ পৰিল ইমান গুৰুত্বপূৰ্ণ?

May 24, 2026
চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা
Top News

চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা

May 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 24, 2026

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ ডাঙৰ দাবী: ইৰান শান্তি চুক্তিৰ প্ৰস্তুতি, হৰমুজ জলদ্বীপ মুকলি সন্দৰ্ভত আলোচনা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

ইউৰেনিয়াম এৰিবলৈ সন্মত ইৰাণ, তেহৰাণৰ শক্তি হৈ পৰা হৰমুজ কিয় হৈ পৰিল ইমান গুৰুত্বপূৰ্ণ?

চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025