• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 26, 2026
27 °c
Guwahati
26 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE by Nation NE
May 26, 2026
in Top News, অসম
0 0
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Share on FacebookShare on TwitterWhatsApp

মেষ: শৰীৰ খুব উন্নত দেখা নাযায়। বাহিৰা ৰোগত আক্রান্ত যাতে নহয়, সাবধানে চলক। অর্থ হানি। অৱশ্যে কর্মস্থানত স্থিতি উন্নত। ৰাশ্যাধিপতি মণ্ডল কর্মস্থানত। প্রাপ্য পদোন্নতিৰ আশা। কৰ্মৰ গতিও বৃদ্ধি।

বৃষ: উন্নত সিদ্ধান্ত। সংগীত-নাটকত যাৰ চর্চা, শুভ সময়। খেতিয়কৰ চিন্তা। দাম্পত্যত মধ্যম হ’লেও শাৰীৰিকত কিছু টেনচন। মাতৃৰ মধ্যম। আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত ভালেই দেখা যায়।

মিথুন: আর্থিক সমস্যা থাকিলেও হঠাৎ সমাধানৰ যোগ। অৱশ্যে শৰীৰ খুব ভালেৰে নোযোৱাৰ লগতে পিতৃৰ দেহগত অথস্তবো দেখা যায়। অগ্নি বা চৌৰ ভয় নথকা নহয়। দাম্পত্যত খৰচৰ মাত্রা বোধ কৰাৰ চেষ্টা কৰক। কর্মক্ষেত্রত ভালেই দেখা যায়। বিদ্যাত শুভ। ধর্মীয় সংযোগ।

কর্কট: পৰিবেশ মধ্যম। দাম্পত্যতো বেয়া নহয়। ধর্মীয় কর্মত নিষ্ঠা। কিন্তু কোনো কাৰণত উদ্বেগ দেখা যায়। আর্থিকত মধ্যম। বুদ্ধি-বৃত্তিব উদয়। কোনো প্রভাবশালী মহিলাৰ সৈতে ভুল ধাৰণা বা বিবাদীয় সংযোগ। অসৎ বন্ধুৰ পৰা আঁতৰি থাকক।

সিংহ: আশাবাদী মন। সন্মানিত। কোনো শক্তিশালী ব্যক্তিৰ সান্নিধ্যত আনন্দিত। স্থায়ী বন্ধু লাভ। মনোবল বৃদ্ধি। সামাজিক কৃতকার্যতা। ৰাজনৈতিক সতীৰ্থৰ সৈতে বৰ আন্তৰিকতা নাথাকিব পাৰে। পঢ়াত ভালেই।

কন্যা: প্রেম-প্রীতিত ভুল চিন্তা সোমাবও পাৰে। অৱশ্যে খেলুৱৈ বা স্বাস্থ্য চৰ্চা কৰাসকলৰ ভালেই দেখা যায়। সন্তানৰ দেহৰ প্ৰতি নজৰ দিয়ক। চাকৰিত আনমনা নহ’লেই ভাল। দাম্পত্যতো খুব নিশ্চিন্ত দেখা নাযায়।

তুলা: অর্থ হানি। কিছুমান মিছলীয়া লোকৰ পোছাকী কথাত ক্ষতিগ্রস্ত হ’ব পাৰে। একাধিক সমস্যা। অৱশ্যে দশমত বাহু শুক্রব যুক্ততাই আপোনাৰ কৰ্মক্ষেত্ৰত সহায় কৰিব। দৃঢ়তাও লাভ কৰিব।

বৃশ্চিক: ভ্রমণকালত সাৱধানতা ৰক্ষা কৰি আগবাঢ়ক। নিজক প্রতিষ্ঠা কৰাৰ বাবে যদি দীর্ঘদিন সংগ্রাম কৰি আছিল, আজি তাৰ অনুকূল সংকেত লাভ। শত্রু থাকিলেও খুব অশান্তিদায়ক নহ’ব। প্রতিবেশী, ভ্রাতাদিৰ দেহগত সমস্যা। পঢ়াত শুভ।

ধনু: আশাবাদিতা। নলগা কথাত লাগি অশান্তি পাব। দাম্পত্যত যেন ভিতৰি কিবা শংকাই দেখা দিব। যাৰ জীৱনত মংগল নীচস্থ তেওঁৰ ভাব-গতিও ঠিক নাথাকিব। মঙল উচ্চ থাকিলে ভয় কম। শত্রুৰ পৰাক্ৰমো কমিব। পঢ়াত মধ্যম।

মকৰ: দূৰকাংক্ষা। সাৱধানেৰে চলা-ফুৰা নকৰিলে মূৰত আঘাত পাবও পাৰে। অসৎ লোকৰ প্ৰৰোচনাৰ বলি যাতে নহয়। অৱশ্যে প্রায় প্রতিকূল সময়তো নিজৰ স্থিতি ঠিক ৰাখিব। বিদ্যাত বেয়া দেখা নাযায়। মাতৃৰ মধ্যম। শৰীৰ বৰ উন্নত নহয়। উদ্বেগ।

কুম্ভ: শৰীৰৰ অথন্তৰ। বদনাম। অকাৰণত আনে টান কথা শুনাবও পাৰে। অৱশ্যে তাক সাহসিকতাৰে প্ৰতিৰোধ কৰাৰ ক্ষমতাও থাকিব। দাম্পত্যত বেয়া নহয়। ধৈৰ্যৰে আগবাঢ়ক। সন্তানৰ ভৱিষ্যৎ উন্নত। দুর্ভাবনা তথাপি মাৰ নাযাব।

মীন: কর্মক্ষেত্রত ভালেই দেখা যায়। কিবা নতুন সংস্থাপন বা গৃহাদি নিৰ্মাণৰ প্ৰতি যদি চেষ্টা চলাই আছিল, এইবাৰ হয়তো সফল হ’ব। পুৰণি স্থায়ী বন্ধুৰ সান্নিধ্যত সুখী হ’ব। ৰাইজৰ কামত নিষ্ঠা। ধর্মীয় কাৰণত সুখ। কিন্তু অনাকাংক্ষিত ব্যস্ততায়ো সময়ত দিগদাৰ দিব।

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

ট্ৰাম্পৰ ডাঙৰ দাবী: ইৰান শান্তি চুক্তিৰ প্ৰস্তুতি, হৰমুজ জলদ্বীপ মুকলি সন্দৰ্ভত আলোচনা

May 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 25, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ
Top News

ইউৰেনিয়াম এৰিবলৈ সন্মত ইৰাণ, তেহৰাণৰ শক্তি হৈ পৰা হৰমুজ কিয় হৈ পৰিল ইমান গুৰুত্বপূৰ্ণ?

May 24, 2026
চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা
Top News

চীনৰ কয়লা খনিত ব্যাপক বিস্ফোৰণ, ৯০ জনৰ প্ৰাণহানি, ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ডাঙৰ ঘোষণা

May 24, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ট্ৰাম্পৰ ডাঙৰ দাবী: ইৰান শান্তি চুক্তিৰ প্ৰস্তুতি, হৰমুজ জলদ্বীপ মুকলি সন্দৰ্ভত আলোচনা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

ইউৰেনিয়াম এৰিবলৈ সন্মত ইৰাণ, তেহৰাণৰ শক্তি হৈ পৰা হৰমুজ কিয় হৈ পৰিল ইমান গুৰুত্বপূৰ্ণ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025