• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
27 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লাচিত বৰফুকনৰ ওপৰত নিৰ্মাণ হ’ব ৫২টা খণ্ডৰ এখন টিভি ধাৰাবাহিক

Nation NE by Nation NE
August 12, 2024
in Top News, BIG BREAKING, অসম, বিনোদন
0 0
লাচিত বৰফুকনৰ ওপৰত নিৰ্মাণ হ’ব ৫২টা খণ্ডৰ এখন টিভি ধাৰাবাহিক
Share on FacebookShare on TwitterWhatsApp

প্ৰচাৰ ভাৰতীয়ে অসম চৰকাৰৰ সহযোগত আহোম সাম্ৰাজ্যৰ শ্ৰেষ্ঠ সেনাপতি লাচিত বৰফুকনক লৈ নিৰ্মাণ কৰা হ’ব ৫২টা খণ্ডৰ এখন টিভি ধাৰাবাহিক।

আকাশবাণী, দূৰদৰ্শন, আৰু ইয়াৰ ডিজিটেল সেৱা প্ৰচাৰ ভাৰতী নিউজ চাৰ্ভিচেছ (পিবিএনএছ)কে ধৰি প্ৰচাৰ ভাৰতীৰ সকলো প্লেটফৰ্মতে সম্প্ৰচাৰিত হ’ব এই ধাৰাবাহিকখন।

এই সন্দৰ্ভত আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দূৰদৰ্শনৰ সঞ্চালক প্ৰধান কাঞ্চন প্ৰসাদৰ উপস্থিতিত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালক মীনাক্ষী দাস নাথ আৰু প্ৰচাৰ ভাৰতীৰ উপ-সঞ্চালক প্ৰধান (কন্টেন্ট ছ’ৰ্চিং) অমিত কুমাৰৰ উপস্থিতিত এক বুজাবুজি চুক্তি স্বাক্ষৰ হয়।

চুক্তি স্বাক্ষৰৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ জনসাধাৰণৰ বাবে এইটো এটা ঐতিহাসিক দিন আৰু ই এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব। কাৰণ অসম চৰকাৰে প্ৰথমবাৰৰ বাবে প্ৰচাৰ ভাৰতীৰ সহযোগত কিংবদন্তি লাচিত বৰফুকনৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণৰ উদ্যোগ লৈছে। এই তথ্যচিত্ৰখন দেশজুৰি সম্প্ৰচাৰিত হ’ব আৰু ইয়াৰ জৰিয়তে লাচিত বৰফুকনৰ বিক্ৰম দেখিবলৈ পাব।

চুক্তি স্বাক্ষৰ কাৰ্যসূচীত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা, অসমৰ মুখ্য সচিব ৰবি কোটা, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিবকে ধৰি আন কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025