• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
18 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

গুৱাহাটীত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যালয় উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ

Nation NE by Nation NE
August 17, 2024
in অসম
0 0
গুৱাহাটীত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যালয় উদ্বোধন মন্ত্ৰী পীযুষ হাজৰিকাৰ
Share on FacebookShare on TwitterWhatsApp

গুৱাহাটীৰ লখৰাত অসম চৰকাৰৰ অধীনস্থ আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যালয়টো আজি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই উদ্বোধন কৰে।

আদিবাসী লোকসকলৰ কল্যাণ, উন্নয়ন তথা প্ৰাপ্য সুবিধা লাভ কৰাৰ পথ তৰান্বিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে উন্নয়ন পৰিষদ গঠন কৰি দিছিল বুলি আজিৰ অনুষ্ঠানত মন্তব্য প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই।

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাসদা আৰু অন্যান্য সদস্যসকলক আদিবাসী লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায়।

লগতে, আদিবাসী আৰু চাহ জনগোষ্ঠীয় ব্যক্তিসকলৰ উন্নয়নৰ বাবে চৰকাৰে যথেষ্ট কাম কৰিছে বুলিও মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে।

আনহাতে, চাহ উদ্যোগৰ জৰিয়তে অসমৰ অৰ্থনীতিত বিশেষ ভূমিকা লৈ থকা চাহ জনগোষ্ঠীয় আৰু আদিবাসীসকলৰ উন্নয়নৰ বাবে চাহ বাগিছা অঞ্চলত আদৰ্শ বিদ্যালয় স্থাপন, চিকিৎসা তথা অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত বিশেষ আৰক্ষণৰ ব্যৱস্থা আদিকে ধৰি বহুতো কাম ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত সময়ত কৰিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰী হাজৰিকাই ভাষণ প্ৰসংগত উল্লেখ কৰে।

এইক্ষেত্ৰত বিগত ২০০ বছৰ ধৰি চাহ বাগিচাৰ ভূমিত বাস কৰি অহা চাহ জনগোষ্ঠীয় লোকসকলৰ ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে চিন্তা চৰ্চা আৰম্ভ কৰা বুলি তেওঁ উল্লেখ কৰে।

Tags: #AssamAssam GovermentGuwahati

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025
সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025
জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

December 12, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025