• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আকৌ ৰিঙত দেখা যাব কিংবদন্তি বক্সাৰ মাইক টাইছনক; ৫৮ বছৰ বয়সত কিয় এই সিদ্ধান্ত বক্সাৰ গৰাকীৰ?

Nation NE by Nation NE
August 20, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আকৌ ৰিঙত দেখা যাব কিংবদন্তি বক্সাৰ মাইক টাইছনক; ৫৮ বছৰ বয়সত কিয় এই সিদ্ধান্ত বক্সাৰ গৰাকীৰ?
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ কিংবদন্তি বক্সাৰ মাইক টাইছনৰ জনপ্ৰিয়তা কথা বাৰু কোনে নেজানে? কেইবাটাও দশক ধৰি নিজৰ দুৰ্দান্ত প্ৰৰ্দশনৰে অভিভূত কৰি আহিছিল ক্ৰীড়া অনুৰাগী সকলক। এনে এজন তাৰকাৰ খেল উপভোগ কৰিবলৈ আজিও আগ্ৰহ, প্ৰত্যেক খেল অনুৰাগীৰ।

শেহতীয়াকৈ তাৰকা গৰাকীয়ে কিয় ল’লে এনে সিদ্ধান্ত আৰু ক’ত  অনুষ্ঠিত হ’ব ৫৮ বছৰীয়া মাইক টাইছনৰ ৰোমাঞ্চকৰ মেটছখন?

শাৰীৰিক অসুস্থতাৰ বাবে দীৰ্ঘদিন ধৰি ৰিঙত অৱতীৰ্ণ হ’ব পৰা নাছিল আমেৰিকান বক্সাৰ গৰাকী। পিছে পুনৰ গ্ল’ভছ পিন্ধিবলৈ লোৱা খবৰে আলোড়িত কৰিছে ক্ৰীড়া অনুৰাগীক। বিশ্বৰ ভিতৰতে এগৰাকী শক্তিশালী বক্সাৰ হিচাপে পৰিগণিত হোৱা খেলুৱৈগৰাকীৰ এনে পদক্ষেপত বৰ্তমান বিপদৰ সন্মুখীন হোৱাৰো আশংকা প্ৰকাশ কৰিছে অনুৰাগীয়ে। অৱশ্যে দীৰ্ঘদিন বিৰতিৰ পিছত পুনৰ আশাব্যঞ্জক খবৰ পোহৰলৈ অহাৰ পিছতে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগী সকলে ।

১৮ আগষ্ট দেওবাৰে সংবাদ মাধ্যমত দিয়া এক মন্তব্য অনুসৰি, যেতিয়া মাইক টাইছনক জেক পলৰ লগত কিয় যুঁজিব বিচাৰে বুলি সোধা হৈছিল, তেতিয়া তেওঁ অহংকাৰেৰে উত্তৰ দিছিল,  “কাৰণ মই পাৰিম। মোৰ বাহিৰে আন কোনোবা আছেনে যিয়ে এই কাম কৰিব পাৰে? এই খেলত মোৰ বাহিৰে আৰু কোনে যুঁজিব?”

টাইছন আৰু পলৰ মাজত এই মেচখন ইয়াৰ পূৰ্বে ২০ জুলাইত অনুষ্ঠিত হ’বলগীয়া আছিল। টাইছনৰ শাৰীৰিক অসুস্থতাৰ বাবে বাতিল কৰিবলগীয়া হৈছিল খেলখন। যাৰ পৰিপেক্ষিতত এই মেচখন পুনৰ ১৫ নৱেম্বৰত টেক্সাছৰ আৰ্লিংটনৰ এ টি এণ্ড টি ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বিষয় সন্দৰ্ভত মাইক টাইছনে কয় যে, তেওঁৰ এতিয়া ভাল লাগিছে আৰু ২ বা ৩ সপ্তাহৰ আগতে তেওঁ অনুশীলন আৰম্ভ কৰিছিল। এই মেচৰ বাবে সম্পূৰ্ণৰূপে সাজু  বুলি সদৰি কৰে খেলুৱৈ গৰাকীয়ে।

Tags: BoxingInternationalMike Tyson

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025