• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 14, 2026
26 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

“উন্নত ভাৰতৰ ভেটি শক্তিশালী হৈ উঠিছে”- মন কি বাতত প্ৰধানমন্ত্ৰী মোদী

Nation NE by Nation NE
August 25, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
“উন্নত ভাৰতৰ ভেটি শক্তিশালী হৈ উঠিছে”- মন কি বাতত প্ৰধানমন্ত্ৰী মোদী
Share on FacebookShare on TwitterWhatsApp

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১বজাত মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। এইটো ‘মন কি বাত’ অনুষ্ঠানৰ ১১৩ তম খণ্ড। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতি মাহৰ শেষ দেওবাৰে ‘মন কি বাত’ অনুষ্ঠিত কৰে আৰু দেশৰ জনসাধাৰণৰ সৈতে বাৰ্তালাপ কৰে।

আজিৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে, বৰ্তমান উন্নত ভাৰতৰ ভেটি শক্তিশালী হৈ উঠিছে। বিগত বৰ্ষত সমগ্ৰ দেশৱাসীয়ে চন্দ্ৰযান-৩ৰ সফলতা উদযাপন কৰিছে।

২৩ আগষ্ট শুকুৰবাৰে, দেশত প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস অনুষ্ঠিত কৰা হৈছিল। মহাকাশ খণ্ডৰ সংস্কাৰৰ দ্বাৰা যুৱচাম লাভান্বিত হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘হৰ ঘৰ তিৰংগা’ আৰু ‘পুৰা দেশ তিৰংগা’ এই অভিযান এইবাৰ সম্পূৰ্ণ শিখৰত আছিল। এই অভিযানৰ সৈতে সম্পৰ্কিত আশ্চৰ্যজনক ছবিবোৰ দেশৰ প্ৰতিটো কোণৰ পৰা ওলাই আহিছে।এই অভিযানে সমগ্ৰ দেশক এক কৰি ৰাখিছে আৰু এইটোৱেই হৈছে ‘এক ভাৰত – শ্ৰেষ্ঠ ভাৰত’।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, স্বাধীনতা সংগ্ৰামৰ সময়তো সমাজৰ প্ৰতিটো ক্ষেত্ৰৰ পৰা যথেষ্ট সংখ্যক লোক আগবাঢ়ি আহিছিল, যাৰ কোনো ৰাজনৈতিক পৃষ্ঠভূমি নাছিল। চলিত বৰ্ষত তেওঁ ৰাজনৈতিক পৃষ্ঠভূমি নোহোৱা এক লাখ যুৱক-যুৱতীক লালকিল্লাৰ পৰা ৰাজনৈতিক ব্যৱস্থাত যোগদান কৰিবলৈ আহ্বান জনায়।

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে কয় যে, একবিংশ শতিকাত ভাৰতত এনে বহুতো ঘটনা ঘটিছে যিয়ে উন্নত ভাৰতৰ ভেটি শক্তিশালী কৰি আছে। ২৩ আগষ্টত দেশে প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰিছে। বিগত বৰ্ষত এই দিনটোতে চন্দ্ৰযান-৩ সফলতাৰে চন্দ্ৰৰ দক্ষিণ অংশৰ শিৱ-শক্তি বিন্দুত অৱতৰণ কৰিছিল। এই গৌৰৱান্বিত সাফল্য অৰ্জন কৰা ভাৰত বিশ্বৰ প্ৰথম খন দেশ হৈ পৰিছে।

Tags: #AssamIndiaMann KI BaatNarendra ModiPrime Minister

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

May 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 14, 2026
থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 13, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025