• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
31 °c
Guwahati
29 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      শ্বিলং লাজঙক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ডুৰাণ্ড কাপৰ ফাইনেলত নৰ্থ-ইষ্ট ইউনাইটেড

      Nation NE by Nation NE
      August 26, 2024
      in Top News, BIG BREAKING, অসম, ক্ৰীড়া
      0 0
      শ্বিলং লাজঙক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ডুৰাণ্ড কাপৰ ফাইনেলত নৰ্থ-ইষ্ট ইউনাইটেড
      Share on FacebookShare on TwitterWhatsApp

      সোমবাৰে শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চলিত বৰ্ষৰ ডুৰাণ্ড কাপৰ ছেমিফাইনেলত শ্বিলং লাজঙৰ বিৰুদ্ধে ৩-০ গ’লত জয় লাভ কৰি প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিছে নৰ্থ-ইষ্ট ইউনাইটেডে।

      ২০২৩ বৰ্ষৰ এই প্ৰতিযোগিতাখনত নৰ্থ-ইষ্ট ইউনাইটেডে ছেমিফাইনেলত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছিল। কিন্তু দলটোৱে এইবাৰ যথেষ্ট উন্নতমানৰ প্ৰদৰ্শন আগবঢ়াই ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।

      নৰ্থ-ইষ্ট ইউনাইটেডৰ হৈ প্ৰথমাৰ্ধৰ ১৩ মিনিটত থই সিঙে গ’ল কৰি দলক অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ প্ৰায় ২০ মিনিটৰ পাছত আজাৰাইয়ে গ’ল স্কৰাৰৰ ৰূপত নিজৰ নাম সংযোজন কৰে। প্ৰথম অৱস্থাত অফছাইড বুলি গণ্য কৰা হৈছিল যদিও পিছত ৰেফাৰী ক্রিষ্টাল জনে তেওঁৰ সহায়কৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত বাতিল কৰি গ’লটোক মান্যতা প্ৰদান কৰে।

      মেচখনৰ অন্তিম মুহূৰ্তত বিকল্প খেলুৱৈ হিচাপে খেলপথাৰত অৱতীৰ্ণ হোৱা পাৰ্থীৱ গগৈয়ে নিজৰ দক্ষতাৰে তথা একক প্ৰচেষ্টাৰে তৃতীয়টো গ’ল কৰে আৰু এইদৰে নৰ্থ-ইষ্ট ইউনাইটেডে ঘৰুৱা দল শ্বিলং লাজঙৰ বিৰুদ্ধে ৩-০ গ’লৰ ব্যৱধানত জয়ী হয়।

      Tags: Durand CupNEUFCShillong Lajong

      Related Posts

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ
      Top News

      July 25, 2025
      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025
      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক
      Top News

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      July 25, 2025

      শীৰ্ষ সংবাদ

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist