• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ৰাজ্যৰ অস্থিৰ পৰিৱেশ ৰচনাৰ আঁৰত আছে কংগ্ৰেছ : ভৱেশ কলিতা

Nation NE by Nation NE
August 29, 2024
in BIG BREAKING, Top News, অসম
0 0
ৰাজ্যৰ অস্থিৰ পৰিৱেশ ৰচনাৰ আঁৰত আছে কংগ্ৰেছ : ভৱেশ কলিতা

ভৱেশ কলিতাৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

সাম্প্ৰদায়িক তুষ্টিকৰণ আৰু ধৰ্মীয় মেৰুকৰণেৰে অসমক অস্থিৰ কৰাৰ বাবে বিগত জুলাই মাহৰ পৰাই কংগ্ৰেছ দলে অভিসন্ধি ৰচনা কৰি পৰিকল্পিতভাৱে অসমৰ জাতীয় জীৱনলৈ সংকট নমাই অনাৰ অপচেষ্টাত লিপ্ত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

আজি ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত দলটোৰ সভাপতি ভৱেশ কলিতাই কংগ্ৰেছৰ লগতে তেওঁলোকৰ সহযোগী দলসমূহকো তীব্ৰ সমালোচনা কৰে।

ভৱেশ কলিতাই কয়, ‘বিগত লোকসভা নিৰ্বাচনত এক বিশেষ সম্প্ৰদায়ৰ ব্যাপক সমৰ্থন লাভ কৰাৰ পিছত কংগ্ৰেছ দলটোৱে তেওঁলোকৰ পৰম্পৰাগত মিঞা বাংলাদেশী তুষ্টিকৰণৰ ৰাজনীতি ত্বৰান্বিত কৰাৰ ফলত ৰাজ্যখনত এক শ্বাসৰুদ্ধকৰ পৰিৱেশ সৃষ্টি হৈছে। কংগ্ৰেছ দলৰ সমৰ্থক এইসকল অতি সাম্প্ৰদায়িক লোকৰ বাবে আজি অসমৰ জীয়ৰী-বোৱাৰী মুকলি মনেৰে ওলাব নোৱাৰাৰ পৰিৱেশৰ সৃষ্টি হৈছে। স্কুল-টিউচনৰ পৰা উভতি অহা কনমানি ছাত্ৰী ধৰ্ষণৰ সন্মুখীন হৈছে। এইসকল লোকে বসবাস কৰা অঞ্চলত শিক্ষকতা কৰা অসমীয়া জীয়ৰী-বোৱাৰীয়ে দৈনক নিৰ্যাতনৰ মুখামুখি হ’ব লগা হৈছে’।

বিজেপি সভাপতিগৰাকীয়ে লগতে কয় যে এইসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰাতেই ক্ষান্ত নাথাকি কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্সৰ নেতাসকলে সংখ্যালঘু তুষ্টিকৰণৰ ৰাজনীতিৰ চূড়ান্ত পৰ্যায়লৈ গৈ মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰ তৰিবলৈও কুণ্ঠাবোধ নকৰিলে।

কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্সৰ নেতাসকলৰ এনেকুৱা কাৰ্যৰ জৰিয়তে দল কেইটা যে দুৰ্ধৰ্ষ অপৰাধী, ধৰ্ষণকাৰী, চোৰাং ব্যৱসায়ীৰ পক্ষত নিজৰ স্বৰূপ উদঙাই দিয়া বুলিও ভৱেশ কলিতাই মন্তব্য কৰে।

আনহাতে আ এক বিবৃতিৰ জৰিয়তে প্ৰদেশ বিজেপিয়ে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসম জ্বলাব বুলি হুংকাৰ দিয়া বক্তব্যক তীব্ৰ ভৎৰ্সনা কৰে।

সাংবিধানিকভাৱে নিৰ্বাচিত এগৰাকী মুখ্যমন্ত্ৰীৰ এনেকুৱা বক্তব্যক ধিক্কাৰ দিয়াৰ কোনো ভাষা নাই বুলি বিবৃতিটোত উল্লেখ কৰি কয়, ‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিয়া ইণ্ডি এলায়েন্সৰ নেতাসকলে এতিয়া চূড়ান্ত অসম বিৰোধী মন্তব্য ৰখা পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ সাহস হ’বনে? ইয়াতেই অসমৰ এই বিৰোধী নেতাসকলৰ প্ৰকৃত স্বৰূপ ওলাই পৰিল’।

Tags: #CongressBhabesh KalitaBJP

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025