• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৫ বছৰত হেৰুৱাইছিল এখন ভৰি; পেৰালিম্পিকত স্বৰ্ণ পদক অৰ্জনেৰে উজ্বলালে ভাৰতৰ নাম

Nation NE by Nation NE
September 2, 2024
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
১৫ বছৰত হেৰুৱাইছিল এখন ভৰি; পেৰালিম্পিকত স্বৰ্ণ পদক অৰ্জনেৰে উজ্বলালে ভাৰতৰ নাম
Share on FacebookShare on TwitterWhatsApp

ফ্ৰান্সৰ পেৰিছত চলি থকা পেৰালিম্পিক ২০২৪ৰ বেডমিণ্টনত স্বৰ্ণ পদক মেচত ডেনিয়েল বেথেলক পৰাস্ত কৰি ভাৰতীয় পেৰা খেলুৱৈ নীতেশ কুমাৰে লাভ কৰিলে স্বৰ্ণ পদক। নীতেশে যুক্তৰাজ্যৰ বেথেলক পৰাস্ত কৰি সোণৰ পদক লাভ কৰে।

এইদৰে নীতেশৰ জৰিয়তে ভাৰতে লাভ কৰে নৱমটো পদক। নীতেশৰ উজ্বল প্ৰদৰ্শনৰ বাবেই মেডেল তালিকাত এতিয়া ২টা স্বৰ্ণ পদক আছে ভাৰতৰ।

উল্লেখ্য যে, মাত্ৰ ১৫ বছৰ বয়সত ৰেল দুৰ্ঘটনাত এখন ভৰি হেৰুৱাইছিল নীতেশে। ২০১৫ চনত এক অনাকাংক্ষিত দুৰ্ঘটনাত এখন ভৰি হেৰুওৱা নীতেশে জীৱন যুঁজত হাৰ নামানি নিজৰ লক্ষ্যত উপনীত হয়।

১৯৯৪ চনৰ ৩০ ডিচেম্বৰত ৰাজস্থানৰ বাস কীৰ্তনত জন্মগ্ৰহণ কৰিছিল নীতেশে। কিন্তু ক্ৰীড়াৰ প্ৰতি তেওঁৰ যথেষ্ট আকৰ্ষণ আছিল। ভৰি হেৰুৱাৰ পিছতো তেওঁ ক্ৰীড়া অনুশীলন অব্যাহত ৰাখিছিল।

এইদৰে ২০১৬ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। মাত্ৰ কেইবছৰমানৰ ভিতৰতে তেওঁ অনুৰাগীৰ মাজত যথেষ্ট নাম উজলাইছিল। ২০১৭ চনত তেওঁ আইৰিছ পেৰা বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খিতাপ দখল কৰে।

২০১৯ চনত নীতেশ হাৰিয়ানাৰ এখন ক’ৰ্টত বেডমিণ্টনৰ জ্যেষ্ঠ প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ অধীনত বহু যুৱক-যুৱতীক প্ৰশিক্ষণো দিছিল। সেই বছৰতে বেচেলত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ একক আৰু ডাবলছত স্বৰ্ণ পদক লাভ কৰে নীতিশে। ডাবলছত তেওঁৰ সহযোগী আছিল তৰুণ ধিলন।

ইয়াৰ ঠিক ৩ বছৰৰ পাছত ২০২২ চনত টকিঅ’ত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত তৰুণে ৰূপৰ পদক লাভ কৰে। একে সময়তে এইবাৰ ২০২৪ চনত তেওঁ বিশ্ব চেম্পিয়নশ্বিপত একক মেচত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

Tags: #BadmintonNitesh KumarParalympics

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025