• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
27 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘নেক’ৰ প্ৰথম মূল্যাংকনত ‘এ’ গ্ৰেড লাভ কটন বিশ্ববিদ্যালয়ৰ

Nation NE by Nation NE
September 6, 2024
in Top News, অসম
0 0
‘নেক’ৰ প্ৰথম মূল্যাংকনত ‘এ’ গ্ৰেড লাভ কটন বিশ্ববিদ্যালয়ৰ
Share on FacebookShare on TwitterWhatsApp

উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নেক (NAAC)ৰ দ্বাৰা ‘এ’ গ্ৰেডেৰে স্বীকৃতি লাভ কৰিছে।

এই সাফল্যৰ জৰিয়তে কটন বিশ্ববিদ্যালয় উত্তৰ-পূবৰ অতি কম সংখ্যক বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম আৰু ‘নেক’ৰ প্ৰথমটো মূল্যায়ন চক্ৰত ‘এ’ গ্ৰেড লাভ কৰি অসমৰ প্ৰথমখন ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে।

কটন বিশ্ববিদ্যালয়ে লাভ কৰা এই সাফল্যৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে তেখেতৰ ছ’চিয়েল মিডিয়াৰ ‘X’ হেণ্ডেল আৰু ফেচবুকৰ জৰিয়তে বিশ্ববিদ্যালয়খনক অভিনন্দন জনাই আৰু কটনক ‘জ্ঞান আৰু উচ্চ শিক্ষাৰ মানদণ্ডৰ প্ৰতীক’ বুলি প্ৰশংসা কৰে।

কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত সকলো অংশীদাৰসকলক অভিনন্দন জ্ঞাপন কৰে। তেখেতে কয়, ‘নেকৰ প্ৰথম মূল্যাংকনত এ গ্ৰেড লাভ কৰাটো সঁচাকৈয়ে আমাৰ সকলোৰে বাবে এক অতি গৌৰৱৰ মুহূৰ্ত। এই কৃতিত্বই সামগ্ৰিকভাৱে বিশ্ববিদ্যালয়খনৰ মহান মনোভাৱ আৰু নিষ্ঠাক প্ৰতিফলিত কৰিছে। বিশ্ববিদ্যালয়খনৰ অংশীদাৰসকলৰ সমৰ্থন, প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ অবিহনে এইয়া সম্ভৱ নহ’লহেঁতেন।’

মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বাবে পৃথক মূল্যায়নৰ পৰিমাপসমূহৰ সৈতে এই গ্ৰেডিঙে কটনৰ বিশ্ববিদ্যালয় হিচাপে কৰা যাত্ৰাক গতি প্ৰদান কৰিছে।

Tags: #AssamCotton UniversityNAAC

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025