• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
30 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কলিকতা কাণ্ডক লৈ নাৰাজ! তৃণমূলৰ ৰাজ্যসভাৰ সাংসদে কৰিলে পদত্যাগ

      Nation NE by Nation NE
      September 8, 2024
      in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
      0 0
      কলিকতা কাণ্ডক লৈ নাৰাজ! তৃণমূলৰ ৰাজ্যসভাৰ সাংসদে কৰিলে পদত্যাগ
      Share on FacebookShare on TwitterWhatsApp

      কলিকতাৰ আৰ জি কৰ হাস্পতালত এগৰাকী মহিলা চিকিৎসকৰ সৈতে সংঘটিত ভয়ংকৰ ঘটনা সন্দৰ্ভত মমতা চৰকাৰৰ কাম-কাজত অসন্তুষ্ট হৈ ৰাজ্যসভাৰ সাংসদ জৱাহৰ সৰকাৰে পদত্যাগ কৰে।

      আজি দলৰ মুৰব্বী মমতা বেনাৰ্জীলৈ লিখা এখন পত্ৰৰ জৰিয়তে তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত লয় বুলি উল্লেখ কৰে।

      মমতা বেনাৰ্জীলৈ লিখা পত্ৰখনত জৱাহৰ সৰকাৰে উল্লেখ কৰে যে আৰ জি কৰ হাস্পতালত সংঘটিত নৃশংশ ঘটনাক লৈ চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাবিছিলো। পুৰণি মমতা বেনাৰ্জীৰ দৰে ব্যৱস্থা ল’ব বুলি ভাবিছিলো। কিন্তু তেওঁ তাৎক্ষণিকভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

      সৰকাৰে লগতে ৰাজ্যখনত অতি শীঘ্ৰে শান্তি ঘূৰি আহিব বুলিও আশা প্ৰকাশ কৰে।

      তেওঁ কয়, ‘আৰ জি কৰ হাস্পতালত সংঘটিত ভয়ংকৰ ঘটনাৰ পিছৰে পৰা যথেষ্ট দুখ পাইছিলো আৰু আন্দোলনকাৰী জুনিয়ৰ চিকিৎসকসকলৰ সৈতে মমতা বেনাৰ্জীয়ে পোনপটীয়া হস্তক্ষেপ কৰিব বুলি আশা কৰিছিলে। কিন্তু এনেকুৱা নহ’ল’।

      মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ লিখা পত্ৰখনত জৱাহৰ সৰকাৰে লগতে দলৰ ভিতৰচ’ৰাত হৈ থকা অনিয়ম তথা দুৰ্নীতিৰ সম্পৰ্কেও নিজৰ ক্ষোভ প্ৰকাশ কৰে।

      Tags: Jawahar SirkarMamata BanerjeeRajya SabhaTMC

      Related Posts

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      June 7, 2025
      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      June 7, 2025
      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা
      Top News

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      June 7, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      June 7, 2025
      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      June 6, 2025

      শীৰ্ষ সংবাদ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      উদ্ধাৰ হৈছে কোটি কোটি মূল্যৰ তিমিৰ ওকালি, ৩ জনক গ্ৰেপ্তাৰ

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist