• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আতিশী, সুনীতা নে সৌৰভ…. কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

Nation NE by Nation NE
September 15, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
আতিশী, সুনীতা নে সৌৰভ…. কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?
Share on FacebookShare on TwitterWhatsApp

দেশৰ ৰাজনীতিৰ বাবে ডাঙৰ খবৰ। দুদিনৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। এই ঘোষণাই বিৰোধী নেতাসকলৰ লগতে জনসাধাৰণকো আচৰিত কৰি তুলিছে।

আজি অৰবিন্দ কেজৰিৱালে কয়, ‘এতিয়া জনসাধাৰণে ৰায় নিদিয়ালৈকে মই মুখ্যমন্ত্ৰীৰ চকীত নবহো আৰু মোক সৎ বুলি গণ্য কৰে নে নকৰে সেইটো সিদ্ধান্ত ল’ব জনসাধাৰণে’।

মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে আজিৰ পৰা কেইমাহমান পিছত দিল্লীৰ নিৰ্বাচন আৰু যদি আপোনালোকে ভাবে যে মই সৎ তেন্তে আগন্তুক নিৰ্বাচনত মোৰ পক্ষত ভোট দিয়ক।

ইয়াৰ সমান্তৰালকৈ অৰবিন্দ কেজৰিৱালে ফেব্ৰুৱাৰী মাহৰ পৰিৱৰ্তে নৱেম্বৰ মাহত দিল্লীৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলিও আবেদন জনাইছে।

এতিয়া কোনে মুখ্যমন্ত্ৰীৰ দায়িত্ব ল’ব?

অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰ লগে লগে ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যে এতিয়া কোনে দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব। এনে পৰিস্থিতিত দুদিনৰ মূৰত অনুষ্ঠিত হ’বলগীয়া দলীয় বৈঠকত আতিশী, সৌৰভ ভৰদ্বাজ বা সুনীতা কেজৰিৱালৰ মাজত কোনোবা এজনক লৈ একমত হ’ব পাৰে বুলি বিশ্বাস কৰা হয়।

অৱশ্যে অৰবিন্দ কেজৰিৱালাৰ ঠাইত অতিশী, সৌৰভ বা সুনীতাই ল’ব পাৰে বুলি জল্পনা-কল্পনাহে কৰা হৈছে যদিও এই পৰ্যন্ত কোনো ছবি স্পষ্ট হোৱা নাই।

আতিশী

বৰ্তমান আতিশী দিল্লীৰ শিক্ষা, মহিলা আৰু শিশু কল্যাণ, সাংস্কৃতিক, পৰ্যটন আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছে। অৰবিন্দ কেজৰিৱালৰ আতিশীৰ ওপৰত যথেষ্ট আস্থা আছে। কেজৰিৱালৰ অতি বিশ্বাসী বুলি পৰিচিত কাৰণে মুখ্যমন্ত্ৰীৰ বাবে আতিশীৰ নাম চৰ্চালৈ আহিছে।

সৌৰভ ভৰদ্বাজ

দিল্লী বিধানসভাত গ্ৰেটাৰ কৈলাশ সমষ্টিক প্ৰতিনিধিত্ব কৰে সৌৰভ ভৰদ্বাজে। ২০২৩ চনৰ ৯ মাৰ্চৰ পৰা তেওঁ দিল্লী জল ব’ৰ্ডৰ অধ্যক্ষৰ লগতে স্বাস্থ্য, নগৰ উন্নয়ন আৰু জল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অৱশ্যে ২০২৩ চনৰ ৮ আগষ্টত তেওঁৰ মন্ত্ৰিত্ব কৰ্তন কৰি আতিশীক দায়িত্ব দিয়া হয়। ইয়াৰ সমান্তৰালকৈ তেওঁ আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখ্য মুখপাত্ৰও। সৌৰভ বা আতিশীৰ মাজৰ কোনো এজনেই দিল্লীত মুখ্যমন্ত্ৰীৰ পদ ল’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

সুনীতা কেজৰিৱাল

আতিশী, সৌৰভৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী পদৰ বাবে চৰ্চাত আছে অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতাৰ নাম। অৱশ্যে সুনীতা কেজৰিৱাল মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা বহু কম বুলি কোৱা হৈছে।

Tags: #Arvind Kejriwal#DelhiChief minister

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025