• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 18, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্বাস কৰক বা নকৰক; পাকিস্তানৰ হকী ফেডাৰেচনে কৰা পুৰস্কাৰৰ ঘোষণা এতিয়া চৰ্চাৰ বিষয়

Nation NE by Nation NE
September 19, 2024
in Top News, ক্ৰীড়া
0 0
বিশ্বাস কৰক বা নকৰক; পাকিস্তানৰ হকী ফেডাৰেচনে কৰা পুৰস্কাৰৰ ঘোষণা এতিয়া চৰ্চাৰ বিষয়
Share on FacebookShare on TwitterWhatsApp

বিশ্বাস কৰক বা নকৰক এছিয়ান চেম্পিয়নছ ট্ৰফীত ব্ৰঞ্জৰ পদক লাভ কৰা পাকিস্তান হকী দলৰ প্ৰতিগৰাকী খেলুৱৈ আৰু বিষয়াসকলে পুৰস্কাৰ হিচাপে ১০০ মাৰ্কিন ডলাৰকৈ (প্ৰায় ২৮ হাজাৰ পাকিস্তানী টকা) লাভ কৰিব।

বুধবাৰে পাকিস্তান হকী ফেডাৰেচনে এই ঘোষণা কৰি অধ্যক্ষ মিৰ তাৰিক বুগটিয়ে অনুমোদন জনোৱা বিশেষ নগদ পুৰস্কাৰৰ কথা নিশ্চিত কৰে।

উল্লেখ্য যে ছেমিফাইনেলত চীনৰ বিৰুদ্ধে শ্বুটআউটত পৰাস্ত হোৱা পাকিস্তানে ব্ৰঞ্জৰ পদকৰ মেচখনত কোৰিয়াক ৫-২ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনত তৃতীয় স্থান দখল কৰে।

পাকিস্তান হকী ফেডাৰেচনৰ তৰফৰ পৰা প্ৰকাশ পোৱা বিবৃতিত উল্লেখ কৰে যে এই নগদ ধন আগবঢ়োৱাৰ উদ্দেশ্য হৈছে প্ৰতিযোগিতাখনৰ সময়ত দলটোৰ প্ৰদৰ্শনক “মান্যতা আৰু উৎসাহিত” কৰা।

ইফালে প্ৰতিযোগিতাখনৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা আবু বাকৰ মাহমুদক ফেডাৰেচনে সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াব বুলিও জানিবলৈ দিয়ে।

আনহাতে, প্ৰতিযোগিতাখনৰ মাজভাগতে পিতৃক হেৰুওৱা গাজনাফৰ আলীৰ নামত উৎসৰ্গিত কৰে ব্ৰঞ্জৰ পদকটো। পিতৃক হেৰুওৱাৰ পিছতো তেওঁ প্ৰতিযোগিতাখন এৰি নহাৰ সিদ্ধান্তৰ বাবেই পাকিস্তান হকী ফেডাৰেচনে তেওঁক সন্মান জনোৱাৰ অৰ্থে এই পদকটো উৎসৰ্গিত কৰে।

Tags: Asian Champions TrophyBronze MedalHockeyPakistan

Related Posts

ঢাকাত ভাৰতীয় উচ্চায়ুক্তক ভাবুকি, বাংলাদেশৰ উচ্চায়ুক্তলৈ ভাৰতৰ চমন
Top News

December 17, 2025
শীতত আপুনিও ৭ দিনলৈ নকৰে নেকি স্নান?  ভুলতো নকৰিব এই কাম…

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

আমেৰিকাত NO ENTRY! ট্ৰাম্পে ৩৯খনত আৰোপ কৰিলে ভ্ৰমণ নিষেধাজ্ঞা, জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

December 17, 2025
শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ
Top News

শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

December 17, 2025
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

December 17, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 17, 2025

শীৰ্ষ সংবাদ

ঢাকাত ভাৰতীয় উচ্চায়ুক্তক ভাবুকি, বাংলাদেশৰ উচ্চায়ুক্তলৈ ভাৰতৰ চমন

শীতত আপুনিও ৭ দিনলৈ নকৰে নেকি স্নান? ভুলতো নকৰিব এই কাম…

আমেৰিকাত NO ENTRY! ট্ৰাম্পে ৩৯খনত আৰোপ কৰিলে ভ্ৰমণ নিষেধাজ্ঞা, জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025