• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বায়ুসেনাৰ মুৰব্বী পদত অধিষ্ঠিত হ’বলগীয়া এয়াৰ মাৰ্শ্বাল অমৰ প্ৰীত সিং কোন?

Nation NE by Nation NE
September 21, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বায়ুসেনাৰ মুৰব্বী পদত অধিষ্ঠিত হ’বলগীয়া এয়াৰ মাৰ্শ্বাল অমৰ প্ৰীত সিং কোন?
Share on FacebookShare on TwitterWhatsApp

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এয়াৰ মাৰ্শ্বাল অমৰ প্ৰীত সিঙক পৰৱৰ্তী বায়ুসেনাৰ মুৰব্বী হিচাপে নিযুক্তি দিছে। বৰ্তমান অমৰ প্ৰীত সিঙে উপ-মুখ্য পদত কাৰ্যনিৰ্বাহ কৰি আছে।

২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ বিয়লিৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁ বায়ুসেনাৰ পৰৱৰ্তী মুৰব্বী হিচাপে এয়াৰ চিফ মাৰ্শ্বালৰ পদ গ্ৰহণ কৰিব।

আচলতে চলিত ছেপ্তেম্বৰ মাহৰ ৩০ তাৰিখে অৱসৰ ল’ব বৰ্তমানৰ বায়ুসেনাৰ মুখ্য এয়াৰ চিফ মাৰ্শ্বাল বিবেক ৰাম চৌধুৰীয়ে। বিবেক ৰাম চৌধুৰীৰ ঠাইত এতিয়া অমৰ প্ৰীত সিঙক এই পদত অধিষ্ঠিত কৰোৱা হৈছে।

এয়াৰ মাৰ্শ্বাল অমৰ প্ৰীত সিঙৰ বিষয়ে জানো আহক

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি ভাৰতীয় বায়ুসেনাত অমৰ প্ৰীত সিঙৰ যাত্ৰা আৰম্ভ হৈছিল ১৯৮৪ চনৰ পৰা। ১৯৮৪ চনৰ ২১ ডিচেম্বৰত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু শাখাত যোগদান কৰে।

প্ৰতিষ্ঠিত চেণ্ট্ৰেল এয়াৰ কমাণ্ড (CAC)ৰ পদ গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ জ্যেষ্ঠ এয়াৰ ষ্টাফ অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

নেশ্যনেল ডিফেন্স একাডেমী, ৱেলিংটনস্থিত ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজ আৰু নেশ্যনেল ডিফেন্স কলেজৰ প্ৰাক্তন ছাত্ৰ অমৰ প্ৰীত সিঙে মিগ-২৭ স্কাৱাড্ৰনৰ ফ্লাইট কমাণ্ডাৰ আৰু কমাণ্ডিং অফিচাৰৰ লগতে এয়াৰ বেছ কমাণ্ডিং এয়াৰ অফিচাৰকে ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

কেৰিয়াৰৰ সময়ছোৱাত অমৰ প্ৰীত সিঙে ২০১৯ চনত অতি বিষিষ্ট সেৱা পদক আৰু ২০২৩ চনত পৰম বিশিষ্ট সেৱা পদক লাভ কৰিছে। কেৱল এয়াই নহয়, ২০২৩ চনৰ ১ ফেব্ৰুৱাৰিত ভাৰতীয় বায়ুসেনাৰ ৪৭ সংখ্যক উপ-মুখ্য পদৰ দায়িত্ব গ্ৰহণ কৰে অমৰ প্ৰীত সিঙে।

Tags: Air MarshalAmar Preet SinghISF Chief

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025