• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
19 ° Tue
19 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুন্নাভাই ACS, মুন্নাভাই APSৰ সৃষ্টকাৰি কংগ্ৰেছ দল : ভৱেশ কলিতা

Nation NE by Nation NE
September 24, 2024
in Top News, অসম
0 0
মুন্নাভাই ACS, মুন্নাভাই APSৰ সৃষ্টকাৰি কংগ্ৰেছ দল : ভৱেশ কলিতা
Share on FacebookShare on TwitterWhatsApp

কংগ্ৰেছ দল দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ সৃষ্টিকাৰি। ৰাকেশ পালৰ সৃষ্টিকাৰি। কংগ্ৰেছৰ দিনত এটা কিনিলে দুটা ফ্ৰী আছিল। মুন্নাভাই এচিএছ, মুন্নাভাই এপিএছৰ সৃষ্টকাৰি কংগ্ৰেছ দল। আনকি ভঙা কাঠৰ দলঙৰ মালিকো আছিল কংগ্ৰেছ দল’। কংগ্ৰেছক এইদৰে চোকা ভাষাৰে সমালোচনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি সেৱাপষেক উপলক্ষে বাইহাটা চাৰিআলিৰ গুইয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সংবাদ মধ্যমৰ আগত পুনৰবাৰ কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

কংগ্ৰেছৰ বিৰুদ্ধ সৰৱ হোৱাৰ উপৰি ভৱেশ কলিতাই বিজেপিৰ এছ চি মৰ্চাৰ নেতা অসীম দাসক দলৰ পৰা অব্যাহুতি দিয়াৰ লগতে সোণাৰী যুৱ নেতাৰ মৃত্যুত নাম সাঙোৰ খোৱা বিজেপি নেতা ৰঞ্জিত বৰগোঁহাইকো দলৰ পৰা অব্যাহতি দিয়াৰ কথা উল্লেখ কৰে।

আনহাতে, বিজেপি সদস্য পদ নল’লে অৰুণোদয় আঁচনি নাপাব বুলি বিৰোধীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ভৱেশ কলিতাই কয় যে মই দলৰ সভাপতি হিচাবে দলীয় কৰ্মীক অগ্ৰাধিকাৰ দিয়াটো মোৰ দায়িত্ব। বিজেপি সদস্যই অৰুণোদয় পালে কোনো মহাভাৰত অশুদ্ধ নহয় বুলিও কয় সভাপতি ভৱেশ কলিতাই।

Tags: #CongressBhabesh KalitaBJP

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025
সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025