• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীত আটক হ’ল বিতৰ্কিত RTI কৰ্মী দুলাল বৰা; অসম আৰক্ষীৰ দল ৰাওনা দিল্লীলৈ

Nation NE by Nation NE
September 25, 2024
in Top News, অসম
0 0
দিল্লীত আটক হ’ল বিতৰ্কিত RTI কৰ্মী দুলাল বৰা; অসম আৰক্ষীৰ দল ৰাওনা দিল্লীলৈ

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

সোণাৰিৰ এজন বিজেপি নেতাৰ আত্মহত্যাৰ সৈতে নাম সাঙোৰ খোৱা আৰ টি আই কৰ্মী দুলাল বৰাক আটক কৰিছে আৰক্ষীয়ে। দিল্লী আৰক্ষীয়ে দিল্লীৰ কীৰ্তি নগৰস্থিত কাৰলা হাস্পতালৰ পৰা আটক কৰি বৰ্তমান কীৰ্তি নগৰ থানাত সোধা-পোচা অব্যাহত ৰাখিছে।

বিজেপি নেতাগৰাকীয়ে আত্মহত্যা কৰাৰ পূৰ্বে লিখি থৈ যোৱা এখন পত্ৰত নাম উল্লেখ আছিল দুলাল বৰাৰ লগতে আন দুগৰাকী সাংবাদিকৰ। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত ঘোষণা কৰা হৈছিল তদন্ত।

ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই তেওঁক সোধা-পোচাৰ বাবে বিচাৰিছিল যদিও ইয়াৰ কোনো সহাৰি নিদি তেওঁ দিল্লীত আত্মগোপন কৰি আছিল।

প্ৰায় বিতৰ্কত নাম সাঙোৰ খাই থকা দুলাল বৰাই আজি দিল্লীৰ কীৰ্তি নগৰস্থিত কাৰলা হাস্পতালত ভৰ্তি হ’বলৈ যোৱাৰ সময়তে তেওঁক দিল্লী ক্ৰাইম ব্ৰাঞ্চে আটক কৰে।

ইফালে জানিব পৰা অনুসৰি, দুলাল বৰাক আজিয়েই দিল্লীৰ এখন আদালতত হাজিৰ কৰোৱা হ’ব আৰু ইয়াৰ পিছতেই তেওঁক অসম ট্ৰেনজিট ৰিমাণ্ডত ল’ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে অসম আক্ষীৰ এটা দল দিল্লীলৈ ৰাওনা হৈছে।

উল্লেখ্য যে, সোণাৰীৰ বিজেপি নেতাগৰাকীৰ মৃত্যুৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতেই ঘটনাটো গুৰুত্বসহকাৰে লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ঘটনাৰ গোচৰৰ কেচ ডায়েৰী ২৩ অক্টোবৰৰ ভিতৰত দাখিলৰ নিৰ্দেশ দিছে সোণাৰি আৰক্ষীক।

ইতিমধ্যে, এই গোচৰত অৱসৰপ্ৰাপ্ত বিডিঅ’ ৰঞ্জিত বুঢ়াগোহাঁইৰ লগতে এটা প’ৰ্টেলৰ সাংবাদিক পৰিস্মিতা ফুকনকো গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ উপৰি এই গোচৰৰ আন এক অভিযুক্ত ৰফিক আহমেদ সম্প্ৰতি পলাতক। ৰফিক আহমেদ এটা নিউজ চেনেলৰ সাংবাদিক। ৰফিকৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Tags: #DelhiAssam PoliceDulal BoraRTI

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025