• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
27 °c
Guwahati
27 ° Fri
28 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেতিয়া কাৰ্যকৰী হ’ব অসম চুক্তিৰ ৬নং দফা? আছুৰে সম্পন্ন হোৱা বৈঠকৰ অন্তত কি ক’লে মুখ্যমন্ত্ৰীয়ে…

Nation NE by Nation NE
September 25, 2024
in Top News, অসম
0 0
কেতিয়া কাৰ্যকৰী হ’ব অসম চুক্তিৰ ৬নং দফা? আছুৰে সম্পন্ন হোৱা বৈঠকৰ অন্তত কি ক’লে মুখ্যমন্ত্ৰীয়ে…
Share on FacebookShare on TwitterWhatsApp

অসমৰ জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে ১৯৮৫ চনতেই হোৱা ঐতিহাসিক ‘অসম চুক্তি’ কেতিয়া ৰূপায়ণ হ’ব। অসমক ভাল পোৱা প্ৰতিগৰাকী লোকৰে মনত সদায় এবাৰ হ’লেও এই প্ৰশ্ন উত্থাপন হয়।

অসম চুক্তিক লৈ সময়ে সময়ে তীব্ৰ বিতৰ্ক তথা চৰ্চা হৈ থকাৰ মাজতে আজি অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ নেতৃত্ব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় মন্ত্ৰী-বিষয়াই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

ছয় নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন কাৰ্যকৰী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী।

এই আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি কয়, ‘কাইলৈ অসম চুক্তি ৰূপায়ন বিভাগে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন ৰাজহুৱা কৰিব। এই প্ৰতিবেদন ৩ টা ভাগত বিভক্ত কৰিব পাৰিছো। তেনেকুৱা কৰিলে ৰাজ্য চৰকাৰে ৰূপায়ন কৰিব পৰা বিষয় বস্তু আছে ৪০ টা, ৰাজ্য আৰু কেন্দ্ৰ উভয়ৰে হাতত থকা বিষয় বস্তু ১২ টা আৰু সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে ১৫ টা বিষয়বস্তু। আজি আছুই আমাৰ শ্ৰেণী বিভাজনক স্বীকাৰ কৰিছে।’

তেওঁ আৰু কয় যে প্ৰতিবেদনখন আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ’ল আৰু প্ৰতিবেদনখনৰ দফা কেইটা কোনে ৰূপায়ন কৰিব তাৰ ক্ষেত্ৰত স্পষ্ট হ’ল।

ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা ১৫ টা বিষয়বস্তুৰ ৰূপায়নৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰক অনুৰোধ জনাব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে। আনহাতে বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ প্ৰতিলিপি আছু নেতৃত্বক অৰ্পণ কৰা বুলিও জনায়।

মুখ্যমন্ত্ৰী শৰহ্মাই জানিবলৈ দিয়ে যে ৰাজ্য চৰকাৰৰ অধীনত থকা বিষয়সমূহ কাৰ্যকৰী কৰাৰ বাবে অহা এমাহৰ ভিতৰত এক্সন প্লেন প্ৰস্তুত কৰি ইয়াৰ প্ৰতিবেদন আছুক প্ৰদান কৰা হ’ব। অহা ২৫ অক্টোবৰৰ ভিতৰত আছুৱে লাভ কৰিব প্ৰতিবেদন। এই দিনটোতেই এই সন্দৰ্ভত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ’ব।

শৰ্মাই লগতে কয় যে, ৰাজ্য চৰকাৰে বিষয় সমূহ যিধৰণে ৰূপায়ন কৰিব বিচাৰিছে যদি সেয়া আছুৱে মানি লয় তেন্তে ২০২৫ বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত দফাসমূহ ৰূপায়নৰ প্ৰচেষ্টা কৰা হ’ব।

ইফালে বৰাক উপত্যকাত এই ৰূপায়ন কৰাৰ অৱকাশ নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আছুক অৱগত কৰে। তেওঁ লগতে কয় যে, ৬ জনগোষ্ঠীৰ এলেকাত যদিহে কৰ্তৃপক্ষই স্বীকাৰ কৰে তেন্তে তাত ৰূপায়ন কৰিব পৰা যাব।

অৱশ্যে আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠক সম্পৰ্কত আছু কৰ্তৃপক্ষই এই পৰ্যন্ত একো মন্তব্য কৰা নাই।

উল্লেখ্য যে ছয় নং দফা ৰূপায়ণৰ বাবে বিপ্লৱ শৰ্মা কমিটীয়ে ২০২১ চনতে প্ৰতিবেদন দাখিল কৰিছিল যদিও চলিত বৰ্ষৰ ৪ ছেপ্টেম্বৰত লখিমপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত ইয়াক গ্ৰহণ কৰা হয়।

কেবিনেটে বিপ্লৱ শৰ্মা কমিটিৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা ৰাজ্য চৰকাৰে ২০২৫ চনৰ এপ্ৰিলৰ পূৰ্বে ৰূপায়ণ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰথম পদক্ষেপ হিচাপে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছুৰ নেতৃত্বৰে বৈঠকত মিলিত হয়।

Tags: Assam AccordBreakingHimanta Biswa Sarma

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025