• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১ অক্টোবৰৰ পৰা হ’ব কেইবাটাও বৃহৎ পৰিৱৰ্তন; উৎসৱৰ বতৰত প্ৰভাৱ পৰিব আপোনাৰ বাজেটত

Nation NE by Nation NE
September 28, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
১ অক্টোবৰৰ পৰা হ’ব কেইবাটাও বৃহৎ পৰিৱৰ্তন; উৎসৱৰ বতৰত প্ৰভাৱ পৰিব আপোনাৰ বাজেটত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বছৰৰ প্ৰতিটো নতুন মাহৰ লগে লগে সলনি হয় বহু নিয়ম। ইয়াৰ ভিতৰত আহে বহুতো অৰ্থনৈতিক নিয়ম, যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে সাধাৰণ মানুহৰ জীৱনত। আৰু মাত্ৰ দুদিন পিছতেই আৰম্ভ হ’ব অক্টোবৰ মাহ।

এই সময়ছোৱাত গেছ চিলিণ্ডাৰ আৰু আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি স্মল চেভিং স্কিমলৈকে বহু নিয়ম সলনি হ’বলৈ গৈ আছে।

এতিয়া আমি আপোনালোকক ইয়াৰ সবিশেষ তথ্য দিবলৈ ওলাইছো যাতে আপুনিও নতুন নিয়ম অনুসৰি আপোনাৰ বিত্তীয় পৰিকল্পনা কৰিব পাৰে।

গেছ চিলিণ্ডাৰৰ মূল্য

প্ৰতি মাহৰ পহিলা দিনটোত এল পি জি চিলিণ্ডাৰৰ মূল্য সলনি হয়। তেল বিপণন কোম্পানীসমূহে এইবাৰো ১ অক্টোবৰত নতুন হাৰ কাৰ্যকৰী কৰিব। আশা কৰা হৈছে যে উৎসৱৰ বতৰত কিছু সকাহ দিয়াৰ সম্ভাৱনা আছে।

আধাৰ কাৰ্ড

এতিয়া ১ অক্টোবৰৰ পৰা পান কাৰ্ড বা আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) দাখিলৰ বাবে আধাৰ এনৰোলমেণ্ট আইডি ব্যৱহাৰ কৰিব নোৱাৰিব। আয়কৰ আইনৰ ১৩৯এএ ধাৰাত পেন কাৰ্ড বা আইটিআৰৰ বাবে আধাৰ নম্বৰ দিয়াটো জৰুৰী হৈ পৰিব।

ৰেলৱেৰ বিশেষ টিকট পৰীক্ষা অভিযান

১ অক্টোবৰৰ পৰা ৰেলৱেই টিকট অবিহনে যাত্ৰা কৰা সকলৰ বিৰুদ্ধে বিশেষ টিকট পৰীক্ষা অভিযান আৰম্ভ কৰিবলৈ ওলাইছে। উৎসৱৰ বতৰত যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ বাবে এই কাম কৰা হৈছে।

ডাকঘৰৰ একাউণ্টত সুতৰ হাৰ

১ অক্টোবৰৰ পৰা ডাকঘৰৰ একাউণ্টৰ সুতৰ হাৰো সলনি হ’ব। ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ একাউণ্টৰ সুতৰ হাৰৰ পৰিৱৰ্তনে আপোনাৰ সুতৰ আয়ত প্ৰভাৱ পেলাব পাৰে।

চিএনজি আৰু পিএনজিৰ হাৰ সলনি হ’ব

প্ৰতি মাহৰ প্ৰথম দিনাই তেল বিপণন কোম্পানী সমূহে এ টি এফ, চি এন জি আৰু পি এন জিৰ হাৰ সলনি কৰে। ছেপ্টেম্বৰ মাহত কৰ্তন কৰা হৈছিল এটিএফৰ মূল্য।

সৰু সৰু সঞ্চয় আঁচনিৰ নিয়ম সলনি হ’ল

ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ অধীনত ভুলকৈ খোলা একাউণ্ট সন্দৰ্ভত বিত্ত মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিছে। এতিয়া পিপিএফ আৰু সুকন্যা সমৃদ্ধিৰ দৰে একাউণ্ট বিত্ত মন্ত্ৰালয়ে নিয়মীয়া কৰিব। ইয়াৰ বাবে ভৱিষ্যতে আপুনি সমস্যাৰ সন্মুখীন হ’ব নালাগিব।

আৰম্ভ হ’ব বিবাদৰ পৰা বিশ্বাস আঁচনি

চিবিডিটিয়ে ঘোষণা কৰিছে যে ‘বিবাদৰ পৰা বিশ্বাস আঁচনি ২০২৪’ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ সহায়ত আয়কৰ সম্পৰ্কীয় বিবাদৰ সমাধান হ’ব। আদালত আৰু ন্যায়াধিকৰণৰ সন্মুখত বিচাৰাধীন গোচৰসমূহ নিষ্পত্তি কৰা হ’ব।

HDFC ক্ৰেডিট কাৰ্ড লয়েলিটি প্ৰগ্ৰেমত পৰিৱৰ্তন

১ অক্টোবৰৰ পৰা এইচ ডি এফ চি বেংকৰ ক্ৰেডিট কাৰ্ডৰ লয়েলিটি প্ৰগ্ৰেমৰ পৰিৱৰ্তন হ’ব। নতুন নিয়ম অনুসৰি এইচ ডি এফ চি বেংকে স্মাৰ্টবাই প্লেটফৰ্মত এপ্পল প্ৰডাক্টৰ বাবে ৰিৱাৰ্ড পইণ্টৰ ৰিডেম্পচন প্ৰতি কেলেণ্ডাৰ ত্ৰৈমাসিকত এটা প্ৰডাক্টত সীমিত কৰা হৈছে।

Tags: Financial RulesOctober

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025