মেষ-শিক্ষাৰ্থীৰ মনৰ অশান্তি দূৰ হ’ব।সামাজিক কাম-কাজৰ লগত জড়িতসকলে সফলতাৰ সন্মুখীন হ’ব। প্ৰেমত শুভ। শুভ নম্বৰ- ৭, শুভ ৰং-নীলা আৰু সেউজীয়া
বৃষ-ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। বিদ্যাৰ্থীৰ শুভ। আৰ্থিক সমস্যা দূৰ হ’ব। প্ৰেমৰ সমস্যা আঁতৰ হ’ব। শুভ নম্বৰ-২, শুভ ৰং-ৰঙা আৰু গুলপীয়া
মিথুন-সাংসাৰিক দিশত মধ্যমীয়া। স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব। শুভ নম্বৰ- ৫, শুভ ৰং-পাতল সেউজীয়া আৰু নীলা
কৰ্কট-প্ৰেম-প্ৰীতিত কিছু সমস্যাই দেখা দিব। আজিৰ দিনটোত আপোনাৰ মন বেচ উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। শুভ নম্বৰ- ৪, শুভ ৰং-নীলা আৰু গুলপীয়া
সিংহ-শৰীৰ ভালে থাকিব। মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। বিশ্বাসী বন্ধুৰ পৰা সহায়ৰ যোগ। শুভ নম্বৰ-৪, শুভ ৰং-বগা আৰু নীলা
কন্যা-ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক সমস্যা দূৰ হ’ব। বিদ্যাৰ্থীয়ে সুফল লাভ কৰিব।প্ৰেমত শুভ। শুভ নম্বৰ- ৫, শুভ ৰং-হালধীয়া
তুলা-আজিৰ দিনটোত আপোনাৰ অৰ্থৰ অভাৱ নহ’ব। প্ৰেমত আশানুৰূপ ফল লাভ কৰিব। মন ভালে থাকিব। শুভ নম্বৰ- ৩, শুভ ৰং-নীলা
বৃশ্চিক-শৰীৰ ভালে থাকিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। শুভ নম্বৰ-৬, শুভ ৰং-গুলপীয়া
ধনু-প্ৰেমত শুভ। ৰাজনীতিত উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। বিশ্বাসী বন্ধুৰ পৰা সহায়ৰ যোগ। শুভ নম্বৰ- ৫, শুভ ৰং-হালধীয়া
মকৰ-প্ৰেমত শুভ। শাৰিৰীক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক। শুভ নম্বৰ- ৯, শুভ ৰং-পাতল নীলা
কুম্ভ-মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। প্ৰেম-প্ৰীতিত শুভ। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। শুভ নম্বৰ- ২, শুভ ৰং-ৰঙা
মীন-শিক্ষাৰ্থীৰ শুভ। মনত কিছু অশান্তিয়ে দেখা দিব। ৰাজনীতিত কিছু সমস্যাই দেখা দিব। শুভ নম্বৰ-৩, শুভ ৰং-সোণালী