• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
20 °c
Guwahati
21 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীত ‘মিনি কলকাতা’, কলকাতাৰ দুৰ্গা পূজাৰ দৰে মনোমোহা দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিব আপোনাৰ!

Nation NE by Nation NE
October 7, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দিল্লীত ‘মিনি কলকাতা’, কলকাতাৰ দুৰ্গা পূজাৰ দৰে মনোমোহা দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিব আপোনাৰ!
Share on FacebookShare on TwitterWhatsApp

আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ।শৰতৰ সুবাস লৈ দোলাত উঠি ধৰালৈ নামি আহিছে মা দুৰ্গা। আজি নৱৰাত্ৰিৰ  পঞ্চমটো দিন।

দুৰ্গা পূজাৰ সময়ত, যদি আপুনিও আটকধুনীয়া পেণ্ডেল চাব বিচাৰে, তেন্তে কলকাতালৈ যাওক। ইয়াত দুৰ্গা পূজাৰ আকৰ্ষণীয় পেণ্ডেল দেখিবলৈ পাব। কিন্তু আপুনি যদি দিল্লীতো কলকাতাৰ দৰে দৃশ্য চাব বিচাৰে, তেন্তে দিল্লীৰ চিত্তৰঞ্জন পাৰ্কলৈ যাওক।

দিল্লীৰ এই চিত্তৰঞ্জন পাৰ্কক চি.আৰ পাৰ্ক বুলিও জনা যায়। বিশেষ কথাটো হ’ল যে, দিল্লীক ‘মিনি কলকাতা’ বুলিও কোৱা হয়। কিয়নো বঙালী সম্প্ৰদায়ৰ সৰহসংখ্যক লোকেই ইয়াত বাস কৰে। আপুনিও যদি বংগৰ খাদ্য-সংস্কৃতি উপভোগ কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে এই ঠাই দৰ্শন কৰক।

দুৰ্গা পূজাৰ সময়ত এই ঠাই আৰু অধিক আকৰ্ষণীয় হৈ উঠে। এইবাৰ চিত্তৰঞ্জন উদ্যানৰ দুৰ্গা পূজা পূৰ্বৰ বছৰ বোৰতকৈ কিছু পৃথক হ’ব।

চিত্তৰঞ্জন উদ্যান দুৰ্গা পূজা সমিতিৰ (বি-ব্লক) সৈতে জড়িত লোকসকলৰ সৈতে এই বিষয়ে কথা পতাত জানিবলৈ দিয়ে যে, পূৰ্বৰ দৰে এইবাৰো চিত্তৰঞ্জন উদ্যান দুৰ্গা পূজাৰ পেণ্ডেলবোৰ অতি পৰম্পৰাগত ধৰণে সজোৱা হৈছে, য’ত মা দুৰ্গাৰ  উপাসনা কৰাৰ লগতে বহুপ্ৰকাৰৰ সাংস্কৃতিক কাৰ্যকলাপ অনুষ্ঠিত কৰা হ’ব।

অমিত ৰয়ে ব্যাখ্যা কৰিছে যে, সমগ্ৰ চিত্তৰঞ্জন উদ্যানত দুৰ্গা পূজাৰ বাবে ৮ টা পেণ্ডেল সজোৱা হৈছে।  সমিতিখনে ৪৯টা বছৰ ধৰি দুৰ্গা পূজাৰ আয়োজন কৰি আহিছে। এইবাৰ পেণ্ডেলৰ বিষয়বস্তু কাশী বিশ্বনাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। পূৰ্বৰ দৰে এইবাৰো চিত্তৰঞ্জন উদ্যান দুৰ্গা পূজাৰ মণ্ডপত অধিক লোকৰ সমাগম হব বুলি আশাবাদী পূজা কমিটি।

Tags: Durga PujaFestivalNavaratri

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025