মেষ- মেষ ৰাশিৰ লোকসকলে আজি ৰাজনৈতিক সম্পৰ্কৰ পৰা লাভাৱান হ’ব পাৰে। সময়ৰ অপব্যৱহাৰ নকৰিব। ব্যৱসায়ত লাভজনক স্থিতি। শুভ ৰং- নেভী ব্লু, শুভ সংখ্যা- ১৭।
বৃষ- এই ৰাশিৰ লোকে ধৈৰ্য ধৰক। পাৰিবাৰিক দিশত শান্তি বিৰাজ কৰিব। যিকোনো সমস্যা অহাৰ সম্ভাৱনা আছে। শুভ ৰং- ক’লা, শুভ সংখ্যা-২।
মিথুন- স্বাস্থ্য ভালে থাকিব। মানসিক শান্তি লাভ। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা আছে। শুভ ৰং- মেজেন্টা, শুভ সংখ্যা- ১৬।
কৰ্কট- লেনদেনত গুৰুত্ব ৰাখক। কোনো বিবাদত নোসোমাব। শুভ ৰং- বেঙুনীয়া, শুভ সংখ্যা-১১।
সিংহ- মানসিক শান্তি লাভ। আত্মবিশ্বাস ধৰি ৰখাটো প্ৰয়োজন। প্ৰেমত শুভ। কোনো আত্মীয়ৰ পৰা সুখবৰ লাভৰ সম্ভাৱনা। শুভ- ৰঙা, শুভ সংখ্যা-৭।
কন্যা- আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। শুভ ৰং- বগা, শুভ সংখ্যা- ৬।
তুলা- কৰ্মত পৰিশ্ৰমী হওঁক। জীৱনৰ প্ৰতি নিৰাশ নহ’ব। শুভ ৰং- বগা, শুভ সংখ্যা- ১১।
বৃশ্চিক- পিতৃ-মাতৃৰ প্ৰতি সন্মান ৰাখক। প্ৰেমৰ সম্পৰ্ক উন্নত। শুভ ৰং-কমলা, শুভ সংখ্যা-৩।
ধনু- আধ্যত্মিক কামত সময় পাৰ কৰক। অতিৰিক্ত কামৰ লগে আৰাম কৰক। শুভ ৰং- মেৰুন, শুভ সংখ্যা- ১৮।
মকৰ- স্বামী-স্ত্ৰীৰ মাজত বুজাবুজিৰ বাবে পৰিয়ালৰ স্থিতি সুন্দৰ হ’ব। সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। শুভ ৰং- হালধীয়া, শুভ সংখ্যা- ১২।
কুম্ভ- বন্ধুৰ সৈতে সময় পাৰ কৰক। স্বাস্থ্য ভালে ৰাখক। শুভ ৰং- সেউজীয়া, শুভ সংখ্যা- ৯।
মীন- মাইগ্ৰেইনৰ সমস্যাই আপোনাক কষ্ট দিব পাৰে। ঘৰত সুখ-শান্তিৰ পৰিৱেশ। শুভ ৰং- প্ৰীচ, শুভ সংখ্যা- ৪।