• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

Nation NE by Nation NE
October 15, 2024
in Top News, BIG BREAKING, অসম
0 0
ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ; মুখ্যমন্ত্ৰীৰ পৰিচালনা সমিতি গঠন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আজি ঘোষণা কৰা হ’ল মহাৰাষ্ট্ৰৰ লগতে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন। মহাৰাষ্ট্ৰত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব নিৰ্বাচন। ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। আনহাতে ২৩ নৱেম্বৰত হ’ব ভোটগণনা।

ইফালে ঝাৰখণ্ডত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ১৩ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন। মহাৰাষ্ট্ৰৰ সৈতে একেলগে ২৩ নৱেম্বৰত হ’ব ফলাফল ঘোষণা।

এই দুখন ৰাজ্যৰ লগতে অসমৰ পাঁচটা সমষ্টিকে ধৰি দেশৰ মুঠ ৪৮টা বিধানসভা সমষ্টি আৰু দুটা লোকসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰো দিন ঘোষণা কৰে।

অসমৰ পাঁচটা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচন এটা দিনতে অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। আনহাতে ২৩ নৱেম্বৰত হ’ব ভোটগণনা।

নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, ১৮ অক্টোবৰত উপ-নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ’ব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ। আনহাতে মনোনয়ন পৰীক্ষা কৰা হ’ব ২৮ অক্টোবৰত আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৩০ অক্টোবৰ।

আজি দিল্লীত নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলযোগে নিৰ্বাচনৰ দিন ঘোষণা কৰে।

চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰী, বিহালীৰ বিজেপি বিধায়ক ৰঞ্জিত দত্তই শোণিতপুৰ, ধলাইৰ বিধায়ক পৰিমল শুক্লবৈদ্যই শিলচৰ, বঙাইগাঁও সমষ্টিৰ অগপ বিধায়ক ফণীভূষণ চৌধুৰীয়ে বৰপেটা আৰু চিদলীৰ এইপিপিএল বিধায়ক জয়ন্ত বসুমতাৰীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা জয়ী হৈছিল।

Tags: #Assam#CongressAssembly ElectionBJPBye Election

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025