• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জলপান খাই খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন ৪১ গৰাকী

Nation NE by Nation NE
October 20, 2024
in Top News, অসম
0 0
জলপান খাই খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন ৪১ গৰাকী
Share on FacebookShare on TwitterWhatsApp

গোলাঘাট জিলাৰ সৰুপথাৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়।সকামৰ জলপান খাই বিষক্রিয়াত আক্রান্ত হয় বহু লোক।

এই ঘটনা সংঘটিত হৈছে সৰুপথাৰ সম-জিলাৰ উৰিয়ামঘাট পাঁচঘৰীয়া গাঁৱত। সকামৰ জলপান খাই বিষক্রিয়া হৈ আক্রান্ত হয় বহু লোক। বাতৰি অনুসৰি, উৰিয়ামঘাট পাঁচঘৰীয়া গাঁৱৰ এঘৰ ব্যক্তিৰ ঘৰত শনিবাৰে মাতৃৰ শ্ৰাদ্ধৰ জলপান খোৱাৰ পিছতে অসুস্থ হৈ পৰে বহু লোক। জলপান খাই উৰিয়ামঘাটৰ পাঁচঘৰীয়া, নাওজানৰ কৈৰিগাঁও, বৰপথাৰ, দয়ালপুৰ, তুৰুংগাঁও আদি বিভিন্ন গাঁৱৰ লোক তথা আত্মীয় স্বজন আক্রান্ত হৈছে।

এই সকামত জলপান খোৱা প্ৰায় সংখ্যক লোকেই শৌচ, বমি, পেটৰ বিষ, মুৰৰ বিষ আদি ৰোগত আক্রান্ত হৈ বৰ্তমান সৰুপথাৰৰ সমূহীয়া চিকিৎসালয় আৰু উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ আছে।

সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্রত বৰ্তমান লৈকে ২২ গৰাকী চিকিৎসাধীন হৈ আছে। স্থানীয় ৰাইজৰ মতে, সকামৰ জলপান হিচাপে দৈ, চিৰা, ক্ৰীম, আদি খাইছিল ভুক্তভোগীয়ে৷

সৰুপথাৰৰ উৰিয়ামঘাট পাঁচঘৰীয়াত সংঘটিত খাদ্যত বিষক্ৰিয়া হৈ পুৰুষ মহিলা শিশুসহ সৰ্বমুঠ ৪১ জন ব্যক্তি আক্ৰান্ত হৈছে৷

আক্ৰান্তসকলৰ খবৰ ল’বলৈ সৰুপথাৰ সমুহীয়া চিকিৎসালয়ত উপস্থিত হয় বিধায়ক বিশ্বজিৎ ফুকন৷চিকিৎসা বিভাগক উন্নত চিকিৎসা আৰু প্ৰশাসনক ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ দিয়ে বিধায়কজনে৷

আক্ৰান্তসকলৰ ২২ গৰাকীক সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্রত, ১৮ গৰাকীক উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত আৰু ২ গৰাকীক উন্নত চিকিৎসাৰ কাৰণে গোলাঘাটলৈ প্ৰেৰণ কৰা হয়৷

Tags: Food PoisonGolaghatSarupathar

Related Posts

‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026
মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

February 3, 2026

শীৰ্ষ সংবাদ

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025