• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 13, 2026
25 °c
Guwahati
25 ° Fri
27 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মৰ্মান্তিক! এটা বংশৰে ৮ টি শিশুৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা

Nation NE by Nation NE
October 20, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মৰ্মান্তিক! এটা বংশৰে ৮ টি শিশুৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা
Share on FacebookShare on TwitterWhatsApp

ৰাজস্থানৰ ঢোলপুৰ জিলাৰ বাড়ী সদৰ থানা এলেকাত শনিবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত একেটা বংশৰে ৮টা শিশুৰ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোতে এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। এই দুৰ্ঘটনাত মুঠ ১২ জন লোকৰ কৰুণ মৃত্যু হয়।

মৃতসকলৰ ভিতৰত আছে আঠটি শিশু, তিনিগৰাকী মহিলা আৰু এজন পুৰুষ। এই ১২ জন লোকৰ ভিতৰত ৫জন একেটা পৰিয়ালৰ। দুৰ্ঘটনাটোত তেওঁলোকৰ পৰিয়ালটোৰ আটাইকেইজন সদস্যৰে মৃত্যু হয়।

আৰক্ষীৰ মতে, শনিবাৰে নিশা প্ৰায় ১২ বজাত ঢোলপুৰ-কৰৌলি ঘাইপথৰ সুনিপুৰ গাঁৱৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত পতিত হোৱা লোকসকল বাড়ী চহৰৰ গুমাটৰ বাসিন্দা।

জানিব পৰা মতে, এইসকল লোকে ওচৰৰ গাঁৱৰ এখন পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ এখন অটোত উঠি গৈছিল। অনুষ্ঠানৰ পৰা উভতি আহি থাকোতে তেওঁলোকৰ অটোখনে এখন শ্লীপাৰ বাছৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

দুৰ্ঘটনাটোত আঠটি শিশু আৰু অটোখনৰ গৰাকী ইৰফানৰ সৈতে দুগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় এটি শিশু আৰু এগৰাকী মহিলা। আৰক্ষীয়ে তেওঁলোকক চিকিৎসালয়লৈ লৈ যায় যদিও মহিলাগৰাকীও হাস্পতালত মৃত্যুক সাৱটি লয়।

ইফালে গুৰুতৰভাৱে আহত শিশুটিক আগ্ৰাৰ এখন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। অটোখনত থকা যাত্ৰীসকলৰ ভিতৰত একমাত্ৰ লএই শিশুটিৱে জীয়াই আছে।

উল্লেখ্য যে, এই দুৰ্ঘটনাত মৃত্যু হোৱা আটাই কেইগৰাকী লোকৰে পৰিয়াল তথা আত্মীয়লৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে প্ৰশাসনে।

Tags: #AccidentRajasthan

Related Posts

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি
Top News

May 13, 2026
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 13, 2026
২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই
Top News

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

May 12, 2026

শীৰ্ষ সংবাদ

থাইলেণ্ড ফুৰিবলৈ যোৱা ৫ ভাৰতীয় পৰ্যটকৰ সৈতে ভয়ংকৰ কাণ্ড, ১ জনৰ প্ৰাণহানি

বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025