• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

“নৰেন্দ্ৰ মোদী ভাৰতৰহে প্ৰধানমন্ত্ৰী, ডুবাই বা ছৌদি আৰৱৰ নহয়”, মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ আছাদুদ্দিন ওৱেছি

Nation NE by Nation NE
October 21, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
“নৰেন্দ্ৰ মোদী ভাৰতৰহে প্ৰধানমন্ত্ৰী, ডুবাই বা ছৌদি আৰৱৰ নহয়”, মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ আছাদুদ্দিন ওৱেছি
Share on FacebookShare on TwitterWhatsApp

উত্তৰাখণ্ডৰ চামোলীৰ ট্ৰেড ব’ৰ্ডে ১৫টা মুছলমান পৰিয়ালে চামোলী এলেকা এৰি যাব লাগিব বুলি প্ৰস্তাৱ গৃহীত কৰিছে। এই সন্দৰ্ভত AIMIMৰ সাংসদ আছাদুদ্দিন ওৱেইচীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ পৰিছে।

মুছলমান বিষয়ক লৈ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন উত্থাপন কৰিছে সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমিন (AIMIM)ৰ মুৰব্বী তথা হায়দৰাবাদৰ লোকসভাৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে।

২০ অক্টোবৰ, ২০২৪ অৰ্থাৎ দেওবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টৰ জৰিয়তে তেওঁ অভিযোগ কৰে যে, ভাৰতত মুছলমানসকলক অস্পৃশ্য কৰি তোলা হৈছে।

আছাদুদ্দিন ওৱাইছিয়েও মাইক্ৰ’ ব্লগিং প্লেটফৰ্মত এটা পোষ্টত দাবী কৰে যে, উত্তৰাখণ্ডৰ চামোলীত ১৫টা মুছলমান পৰিয়ালক গণ বৰ্জন কৰা হৈছে। ৩১ ডিচেম্বৰৰ ভিতৰত মুছলমানসকলে চামোলী এৰি যাব লাগিব বুলি ভাবুকি প্ৰদান কৰিছে চামোলীৰ ব্যৱসায়ীসকলে। যদি কোনো ঘৰৰ মালিকে মুছলমানক ঘৰভাড়াও দিয়ে, তেন্তে ১০ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব।

আছাদুদ্দিন ওৱাইছিয়ে কয় যে, এইখন ,সেই একেখনেই উত্তৰাখণ্ড, য’ত চৰকাৰে সমতাৰ নামত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) ৰূপায়ণ কৰি আছে। চামোলীৰ মুছলমানসকলৰ সমতাৰে জীয়াই থকাৰ অধিকাৰ নাই নেকি বুলি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন উত্থাপন কৰে। লগতে তেওঁ নৰেন্দ্ৰ মোদী ভাৰতৰহে প্ৰধানমন্ত্ৰী, ডুবাই বা ছৌদি আৰৱৰ নহয়। গতিকে তেওঁ যদি আৰব শ্বেখক সাৱটি ধৰিব পাৰে, তেন্তে চামোলীৰ মুছলমানকো সাৱটি ধৰিব পাৰে।

সমগ্ৰ ঘটনাটো কি?

দৰাচলতে উত্তৰাখণ্ডৰ চামোলীৰ খানছাৰ টাউনত ব্যৱসায়ীৰ এটা সংগঠনে নিয়মাৱলী কৰিছে। এই প্ৰস্তাৱ অনুসৰি এই অঞ্চলত বসবাস কৰা ১৫টা মুছলমান পৰিয়ালক ৩১ ডিচেম্বৰৰ ভিতৰত অঞ্চলটো এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। যদি তেওঁলোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘৰ খালী নকৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কোৱা হৈছে যে, এই অঞ্চলত বহু মুছলমান পৰিয়ালে দশক দশক ধৰি বাস কৰি আহিছে। উত্তৰাখণ্ডৰ ৰাজধানীৰ পৰা ২৬০ কিলোমিটাৰ নিলগত এই অঞ্চল চামোলী নামেৰে জনাজাত।

উল্লেখ্য যে, উত্তৰাখণ্ড চৰকাৰে নিৰ্দেশনা দিয়ে যে, ৩১ ডিচেম্বৰৰ ভিতৰত ১৫টা মুছলমান পৰিয়ালে ত্যাগ কৰিব লাগিব চহৰখন। গতিকে UCC কাৰ্যকৰী কৰিব বিচৰা উত্তৰাখণ্ডত কিয় এনেধৰণৰ ঘটনা সংঘটিত হ’বলৈ পাইছে বুলি প্ৰশ্ন উত্থাপন কৰে আছাদুদ্দিন ওৱেছিয়ে।

Tags: IndiaNarendra ModiPrime MinisterUttarakhand

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025