• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লৰেন্স বিষ্ণোইৰ বিৰুদ্ধে ব্যৱস্থা লোৱাজনৰ বাবে ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা, কোনে কৰিলে এই ঘোষণা?

Nation NE by Nation NE
October 22, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কেনেদৰে কনিষ্টবলৰ পুত্ৰই প্ৰৱেশ কৰিলে অপৰাধৰ জগতত; লৰেন্স বিষ্ণৈৰ কাহিনী
Share on FacebookShare on TwitterWhatsApp

গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ মুখামুখি হোৱাৰ দাবী পুনৰবাৰ কৰ্ণী সেনাই। কৰ্ণী সেনাৰ নেতা ৰাজ শ্বেখাৱটৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

তেওঁ কয় যে, যিজন আৰক্ষীয়ে  লৰেন্স বিষ্ণোইৰ মুখামুখি হ’ব, তেওঁক ১ কোটি ১১ লাখ ১১ হাজাৰ ১১১ টকা পুৰস্কাৰ হিচাপে দিব। সেই সাহসী আৰক্ষী বিষয়াগৰাকীৰ পৰিয়ালৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা সুনিশ্চিত কৰাটো তেওঁলোকৰ দায়িত্ব হ’ব। শ্বহীদ সুখদেৱ সিং গোগামেদিৰ হত্যাকাৰী লৰেন্সৰ মুখামুখি হোৱা আৰক্ষী বিষয়াগৰাকীক ক্ষত্ৰীয় কৰ্ণী সেনাই পূৰ্ণ সমৰ্থন আগবঢ়াব।

এই ভিডিঅ’টোৰ শেষত ৰাজ শ্বেখাৱাটে ‘জয় মা কৰ্ণী’ বুলি ধ্বনি দিয়ে। ৰাজ শ্বেখাৱত বৰ্তমান মধ্য গুজৰাট ভ্ৰমণলৈ গৈছে। তেওঁক ক্ষত্ৰীয় মহাসন্মিলনলৈ নিমন্ত্ৰণ কৰা হৈছিল।

শেহতীয়াকৈ, গেংষ্টাৰ লৰেন্স বিষ্ণোই বাতৰিৰ শিৰোনাম দখল কৰিছে। মুম্বাইত এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছতেই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে।

বৰ্তমান গুজৰাটৰ উচ্চ নিৰাপত্তাৰক্ষী সাবৰমতী কাৰাগাৰত ভৰ্তি হৈ আছে লৰেন্স বিষ্ণোই। লৰেন্সে ছলমান খানক ভাবুকি দিছে। ইয়াৰ পূৰ্বেও কৰ্ণী সেনাৰ সভাপতি ৰাজ শ্বেখাৱাটে বদোদৰাত লৰেন্সৰ এনকাউণ্টাৰৰ দাবী জনাইছিল। তেওঁ কৈছিল যে এনে এগৰাকী গেংষ্টাৰক আশ্ৰয় দিয়া বাবে কেন্দ্ৰীয় চৰকাৰো প্ৰশ্নৰ আওতালৈ আহিছে।

Tags: #BollywoodLawrence BishnoiSalman Khan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025