• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীত “শ্বাসৰুদ্ধকৰ” বতাহ, বতৰে কৰিছে প্ৰতাৰণা, কিমান হৈছে দিল্লীৰ AQI?

Nation NE by Nation NE
October 23, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দিল্লীত “শ্বাসৰুদ্ধকৰ” বতাহ, বতৰে কৰিছে প্ৰতাৰণা, কিমান হৈছে দিল্লীৰ AQI?
Share on FacebookShare on TwitterWhatsApp

দিল্লীত দিনৰ ভাগত প্ৰচণ্ড সূৰ্যৰ পোহৰৰ বাবে গৰমৰ সন্মুখীন হ’বলগীয়া হৈছে।

আজিকালি দিল্লীবাসীয়ে কাহ, চৰ্দি, জ্বৰ, উশাহ-নিশাহৰ সমস্যা আদি গুৰুতৰ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আহিছে। ইয়াৰ মূল কাৰণ হৈছে- ৰাজধানীত বতাহৰ অৱনতি ঘটা।

বিজয়া দশমীৰ দিনৰে পৰা দিল্লীৰ বায়ুৰ গুণাগুণ অতি দুৰ্বল শ্ৰেণীৰ মাজেৰে পাৰ হৈ আহিছে। স্বাভাৱিক হোৱাৰ পৰিৱৰ্তে পৰিস্থিতি ক্ৰমাগতভাৱে অধিক ভয়াৱহ হৈ পৰিছে।

বুধবাৰে পুৱাৰে পৰা কুঁৱলীৰ সৃষ্টি হৈছে। দেশৰ ৰাজধানীত বায়ুৰ গুণাগুণ ‘অতি দুৰ্বল’ স্তৰত উপনীত হৈছে। তথ্য অনুসৰি AQI ৰ পৰিমান হৈছে ৩৪৯। মঙলবাৰে সন্ধিয়া দিল্লীৰ গড় AQI ৩২৭।

বৰ্তমান দিল্লীৰ জাহাংগীৰপুৰী অঞ্চল আটাইতকৈ বেছি প্ৰদূষিত হৈছে। আনন্দ বিহাৰ অঞ্চলৰ অৱস্থাও অতি বেয়া। চিপিচিবিৰ তথ্য অনুসৰি দিল্লীৰ ২৬টা অঞ্চলত বায়ু অতি গুৰুতৰ শ্ৰেণীত ৰেকৰ্ড কৰা হৈছে। এই সপ্তাহতো বায়ুৰ স্তৰ ইমানেই ভয়াৱহ হৈ থকাৰ সম্ভাৱনা আছে।

একে সময়তে দিল্লীৰ বতৰ শুকান হৈ থাকিব। কুঁৱলীৰ লগতে দুপৰীয়া ৰ’দও থাকিব। গৰমে এৰি যোৱা নাই দিল্লী-এনচিআৰবাসীক। ৰাজধানীখনৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা বৃদ্ধি হৈছে। উত্তৰ প্ৰদেশৰ প্ৰতি মুহূৰ্তত পৰিৱৰ্তিত বতৰৰ বাবেই মানুহ চিন্তিত হৈ পৰিছে।

দিল্লীৰ এই প্ৰদূষিত অঞ্চলসমূহৰ বায়ুৰ গুণাগুণ অতি নিম্ন শ্ৰেণীত উপনীত হৈছে। অধিক ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দিল্লী চৰকাৰে সীমান্তৱৰ্তী ৰাজ্যসমূহক ডিজেল বাছ দিল্লীলৈ প্ৰেৰণ নকৰিবলৈ আহ্বান জনাইছে। বহু অঞ্চলক হটস্পটত অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজধানীত কাৰ্যকৰী কৰা হৈছে GRAP-2। জেনেৰেটৰ আৰু নতুন নিৰ্মাণৰ কাম নিষিদ্ধ কৰা হৈছে।

একে সময়তে আজিৰ দিনটোত অৰ্থাৎ পশ্চিম ইউ পিৰ বতৰ শুকান হৈ থকাৰ সম্ভাৱনা আছে। দিল্লীৰ সংলগ্ন নয়ডা-গাজিয়াবাদত AQI য়ে ৩০০ অতিক্ৰম কৰিছে, যিটো অতি বিপদজনক শ্ৰেণীত আছে।

Tags: #DelhiAOIWeather

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025