• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিলৈ কোনো ভাৰতীয়ই কৰিব নোৱাৰা অভিলেখ গঢ়িলে যশস্বী জয়ছৱালে

Nation NE by Nation NE
October 25, 2024
in Top News, ক্ৰীড়া
0 0
আজিলৈ কোনো ভাৰতীয়ই কৰিব নোৱাৰা অভিলেখ গঢ়িলে যশস্বী জয়ছৱালে
Share on FacebookShare on TwitterWhatsApp

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত চলি আছে। শৃংখলাৰ প্রথমখন খেলৰ প্রথম ইনিংছত মাত্র ৪৬ ৰানত অল আউট হোৱা ভাৰতীয় দলটোৰ অতি শোচনীয় বেটিং প্ৰদৰ্শন এইখন মেচতো অব্যাহত আছে।

দীৰ্ঘদিনৰ মূৰত টেষ্ট দললৈ উভতি অহা ৱাশ্বিংটন সুন্দৰে নিজৰ সৰ্বোচ্চ প্ৰচেষ্টাৰে প্ৰথম দিনা চালকৰ আসনত বহুৱাইছিল টিম ইণ্ডিয়াক।

কিন্তু দ্বিতীয় দিনা ভাৰতীয় বেটছমেনসকলৰ শোচনীয় প্ৰদৰ্শনৰ ফলত মাত্ৰ ১৫৬ ৰানতে প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ সৰ্বাধিক ৩৮ ৰান সংগ্ৰহ কৰে ৰবীন্দ্ৰ জাদেজাই। আনহাতে যশস্বী জয়ছৱাল আৰু শুভমন গিলে ৩০-৩০ ৰানৰ অৱদান আগবঢ়ায়।

ভাৰতীয় বেটছমেনৰ এই শোচনীয় প্ৰদৰ্শনৰ মূলতেই হ’ল মিচেল ছাণ্টনাৰ। ছাণ্টনাৰে ৭গৰাকী ভাৰতীয় বেটাৰৰ উইকেট দখল কৰে।

ভাৰতীয় বেটাৰৰ শোচনীয় প্ৰদৰ্শনৰ মাজতে অ’পেনিং বেটছমেন যশস্বী জয়ছৱালে নিজৰ নামত এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। জয়ছৱালে চলিত বৰ্ষত টেষ্টত ১০০০ ৰান সম্পূৰ্ণ কৰিছে।

২৩ বছৰ বয়সৰ পূৰ্বে এটা কেলেণ্ডাৰ বছৰত ১০০০ৰো অধিক টেষ্ট ৰান কৰা প্ৰথমজন টেষ্ট বেটছমেন হিচাপে পৰিগণিত হৈছে যশস্বী জয়ছৱাল। তেওঁৰ পূৰ্বে কোনো ভাৰতীয় বেটছমেনে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই।

টেষ্ট ক্ৰিকেটত এই পৰ্যন্ত মাত্ৰ চাৰিজন বেটছমেনেহে এই কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে। ২৩ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে এটা কেলেণ্ডাৰ বছৰত ১০০০+ টেষ্ট ৰান কৰা খেলুৱৈৰ তালিকাত আছে গাৰ্ফিল্ড ছ’বাৰ্ছ, গ্ৰেম স্মিথ, এ বি ডি ভিলিয়াৰ্ছ আৰু এলাষ্টাৰ কুক।

১৯৫৮ চনত ছ’বাৰ্ছে ১১৯৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ২০০৩ চনত গ্ৰেম স্মিথে ১১৯৮ ৰান সংগ্ৰহ কৰিছিল। আনহাতে ২০০৫ চনত এ বি ডি ভিলিয়াৰ্ছে ১০০৮ ৰান আৰু ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক এলাষ্টাৰ কুকে ২০০৬ চনত ১০১৩ ৰান সংগ্ৰহ কৰিছিল।

Tags: India vs New ZealandTest CricketYashasvi Jaiswal

Related Posts

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

December 12, 2025
চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?
Top News

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

December 12, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025