• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিলৈ কোনো ভাৰতীয়ই কৰিব নোৱাৰা অভিলেখ গঢ়িলে যশস্বী জয়ছৱালে

Nation NE by Nation NE
October 25, 2024
in Top News, ক্ৰীড়া
0 0
আজিলৈ কোনো ভাৰতীয়ই কৰিব নোৱাৰা অভিলেখ গঢ়িলে যশস্বী জয়ছৱালে
Share on FacebookShare on TwitterWhatsApp

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত চলি আছে। শৃংখলাৰ প্রথমখন খেলৰ প্রথম ইনিংছত মাত্র ৪৬ ৰানত অল আউট হোৱা ভাৰতীয় দলটোৰ অতি শোচনীয় বেটিং প্ৰদৰ্শন এইখন মেচতো অব্যাহত আছে।

দীৰ্ঘদিনৰ মূৰত টেষ্ট দললৈ উভতি অহা ৱাশ্বিংটন সুন্দৰে নিজৰ সৰ্বোচ্চ প্ৰচেষ্টাৰে প্ৰথম দিনা চালকৰ আসনত বহুৱাইছিল টিম ইণ্ডিয়াক।

কিন্তু দ্বিতীয় দিনা ভাৰতীয় বেটছমেনসকলৰ শোচনীয় প্ৰদৰ্শনৰ ফলত মাত্ৰ ১৫৬ ৰানতে প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ সৰ্বাধিক ৩৮ ৰান সংগ্ৰহ কৰে ৰবীন্দ্ৰ জাদেজাই। আনহাতে যশস্বী জয়ছৱাল আৰু শুভমন গিলে ৩০-৩০ ৰানৰ অৱদান আগবঢ়ায়।

ভাৰতীয় বেটছমেনৰ এই শোচনীয় প্ৰদৰ্শনৰ মূলতেই হ’ল মিচেল ছাণ্টনাৰ। ছাণ্টনাৰে ৭গৰাকী ভাৰতীয় বেটাৰৰ উইকেট দখল কৰে।

ভাৰতীয় বেটাৰৰ শোচনীয় প্ৰদৰ্শনৰ মাজতে অ’পেনিং বেটছমেন যশস্বী জয়ছৱালে নিজৰ নামত এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। জয়ছৱালে চলিত বৰ্ষত টেষ্টত ১০০০ ৰান সম্পূৰ্ণ কৰিছে।

২৩ বছৰ বয়সৰ পূৰ্বে এটা কেলেণ্ডাৰ বছৰত ১০০০ৰো অধিক টেষ্ট ৰান কৰা প্ৰথমজন টেষ্ট বেটছমেন হিচাপে পৰিগণিত হৈছে যশস্বী জয়ছৱাল। তেওঁৰ পূৰ্বে কোনো ভাৰতীয় বেটছমেনে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই।

টেষ্ট ক্ৰিকেটত এই পৰ্যন্ত মাত্ৰ চাৰিজন বেটছমেনেহে এই কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে। ২৩ বছৰ সম্পূৰ্ণ কৰাৰ পূৰ্বে এটা কেলেণ্ডাৰ বছৰত ১০০০+ টেষ্ট ৰান কৰা খেলুৱৈৰ তালিকাত আছে গাৰ্ফিল্ড ছ’বাৰ্ছ, গ্ৰেম স্মিথ, এ বি ডি ভিলিয়াৰ্ছ আৰু এলাষ্টাৰ কুক।

১৯৫৮ চনত ছ’বাৰ্ছে ১১৯৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ২০০৩ চনত গ্ৰেম স্মিথে ১১৯৮ ৰান সংগ্ৰহ কৰিছিল। আনহাতে ২০০৫ চনত এ বি ডি ভিলিয়াৰ্ছে ১০০৮ ৰান আৰু ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক এলাষ্টাৰ কুকে ২০০৬ চনত ১০১৩ ৰান সংগ্ৰহ কৰিছিল।

Tags: India vs New ZealandTest CricketYashasvi Jaiswal

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025