• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 16, 2025
18 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অভূতপূৰ্ব! বৰফৰ শুভ্ৰ আচ্ছাদনে ঢাকি ধৰিছে মৰুৰ দেশ ছৌদি আৰৱ

Nation NE by Nation NE
November 7, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
অভূতপূৰ্ব! বৰফৰ শুভ্ৰ আচ্ছাদনে ঢাকি ধৰিছে মৰুৰ দেশ ছৌদি আৰৱ
Share on FacebookShare on TwitterWhatsApp

মৰুৰ দেশ ছৌদি আৰৱত এক অভূতপূৰ্ব পৰিৱেশ দেখিবলৈ পোৱা গৈছে। প্ৰকৃততে কি হৈছে সেইটো সহজে বিশ্বাস কৰিবলৈ টান পাইছে দেশখনৰ জনসাধাৰণে। সাধাৰণতে শুষ্ক জলবায়ুৰ বাবে পৰিচিত দেশখনৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰফ পৰাৰ ফলত আচৰিত পৰিৱেশৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ আল-জাউফ অঞ্চলত হোৱা প্ৰচণ্ড তুষাৰপাতে সকলোকে আচৰিত কৰি তুলিছে। তুষাৰপাতৰ এই ঘটনাই কেৱল স্থানীয় ৰাইজক আচৰিত কৰাই নহয়, সমগ্ৰ বিশ্বৰ মানুহৰ বাবেও এক আলোচনাৰ বিষয় হৈ পৰিছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি আল-জাউফ অঞ্চলত বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টি হৈছে। এই তুষাৰপাতৰ বাবেই মৰুভূমিৰ ওপৰত শুভ্ৰ দলিচাৰ এক আৱৰণ পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, সাধাৰণতে ছৌদি আৰৱত এই ধৰণৰ বৰফ পৰা কেতিয়াও দেখা পোৱা নাই। এই অস্বাভাৱিক বৰষুণৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোৰ উষ্ণতা যথেষ্ট পৰিমানে হ্ৰাস পাইছে।

ইফালে এই শিলাবৃষ্টিৰ পিছত ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহু লোকে কয় যে পৃথিৱীৰ ধ্বংসৰ দিশে গতি কৰিছে। আন একাংশৰ মতে এয়া গোলকীয় উষ্ণতাৰ প্ৰভাৱ।

উল্লেখ্য যে, মৰুভূমি অঞ্চলত তীব্ৰ তুষাৰপাত বা বৰষুণৰ এয়া প্ৰথম ঘটনা নহয়। কিছু বছৰ পূৰ্বে চাহাৰা মৰুভূমিৰ এখন চহৰৰ তাপমাত্ৰা -২ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছিল, যাৰ ফলত শিলাবৃষ্টিৰ ধুমুহা হৈছিল। জলবায়ু পৰিৱৰ্তনৰ বাবেই মৰুভূমি অঞ্চলত বৰফ পৰে বিজ্ঞানীসকলে অভিহিত কৰে।

Tags: AL JawfSaudi ArabSnowfall

Related Posts

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিসমাপ্তি! যুদ্ধ সমাপ্তিৰ সময় ওচৰ চাপিছে বুলি দাবী ট্ৰাম্পৰ
Top News

December 16, 2025
ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য
Top News

ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য

December 16, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

December 16, 2025
ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…
Top News

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

December 16, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 16, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025

শীৰ্ষ সংবাদ

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিসমাপ্তি! যুদ্ধ সমাপ্তিৰ সময় ওচৰ চাপিছে বুলি দাবী ট্ৰাম্পৰ

ভংগ সকলো অভিলেখ! বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিতকৈ ৩৬.৩২ লাখ কোটি টকাৰ অধিক সম্পত্তি, জানক মুঠ সম্পত্তিৰ সকলো তথ্য

উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

ঘন কুঁৱলীৰ বাবে ৭খন বাছৰ মাজত তীব্ৰ সংঘৰ্ষ, ৪ জনৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত বহুলোক…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025