• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
29 °c
Guwahati
28 ° Sun
27 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভয়াৱহ প্ৰদূষণ; দুখন ডাঙৰ চহৰত লকডাউন ঘোষণা

      Nation NE by Nation NE
      November 18, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ভয়াৱহ প্ৰদূষণ; দুখন ডাঙৰ চহৰত লকডাউন ঘোষণা
      Share on FacebookShare on TwitterWhatsApp

      ভয়াৱহ বায়ু প্ৰদূষণে কেৱল ৰাজধানী নতুন দিল্লীয়ে নহয় ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানটো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত বায়ু প্ৰদূষণৰ সংকটে ভয়াৱহ স্তৰত উপনীত হৈছে। লাহোৰ আৰু মুলতানৰ দৰে ডাঙৰ চহৰৰ বায়ুৰ গুণাগুণ সূচকাংক (AQI) য়ে ২০০০ অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ প্ৰদূষিত অঞ্চলৰ ভিতৰত স্থান লাভ কৰিছে। এই পৰিস্থিতিৰ বাবে চৰকাৰে লকডাউন আৰু অন্যান্য নিষেধাজ্ঞাকে ধৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

      পাকিস্তানত বায়ু প্ৰদূষণে বিপজ্জনক মাত্ৰাত উপনীত হৈছে। এইয়া অতি বিপজ্জনক আৰু ই মানুহ আৰু জীৱ-জন্তুৰ স্বাস্থ্যৰ বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰে। এই কথাটোৰ পৰা অনুমান কৰিব পাৰি যে যোৱা এসপ্তাহত পাকিস্তানত ৬ লাখৰো অধিক লোক শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছিল। ৬৫ হাজাৰৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। এই সময়ছোৱাত চিকিৎসালয়ত শুকান কাহ, নিউমনিয়া, বুকুৰ সংক্ৰমণ, উশাহ-নিশাহৰ কষ্টৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে।

      পাকিস্তানৰ লাহোৰৰ মেয়’ হাস্পতালত প্ৰদূষণত আক্ৰান্ত ৪ হাজাৰৰো অধিক ৰোগীৰ চিকিৎসা কৰাৰ বিপৰীতে জিন্না হাস্পতালে ৩৫০০ ৰোগীক চিকিৎসা প্ৰদান কৰে। এই অভাৱনীয় পৰিস্থিতিৰ বাবেই অ’পিডিৰ কৰ্ম কৰ্তব্য নিশা ৮ বজালৈ বৃদ্ধি কৰা হৈছে। বাতিল কৰা হৈছে পেৰামেডিকেল কৰ্মচাৰীৰ ছুটী।

      এনে পৰিস্থিতিত শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে লাহোৰ আৰু মুলতানত সম্পূৰ্ণ লকডাউন কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে।

      কিন্তু AQIৰ পৰিস্থিতি বেয়া হৈ থাকিলে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হ’ব পাৰে বুলিও কোৱা হৈছে। লকডাউনৰ বাবে বন্ধ হৈ পৰিছে বিবাহ হল আৰু ৰেষ্টুৰেণ্ট। সাময়িকভাৱে বন্ধ হৈ আছে বিদ্যালয়-মহাবিদ্যালয়। ব্যক্তিগত কাৰ্যালয়সমূহক ৫০ শতাংশ কাম কৰিবলৈ দিয়া হৈছিল আৰু প্ৰদূষণৰ নীতি-নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

      Tags: Air pollutionLockdownPakistan

      Related Posts

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ
      Top News

      July 25, 2025
      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025
      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক
      Top News

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      July 25, 2025

      শীৰ্ষ সংবাদ

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist