• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়াৱহ প্ৰদূষণ; দুখন ডাঙৰ চহৰত লকডাউন ঘোষণা

Nation NE by Nation NE
November 18, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভয়াৱহ প্ৰদূষণ; দুখন ডাঙৰ চহৰত লকডাউন ঘোষণা
Share on FacebookShare on TwitterWhatsApp

ভয়াৱহ বায়ু প্ৰদূষণে কেৱল ৰাজধানী নতুন দিল্লীয়ে নহয় ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানটো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত বায়ু প্ৰদূষণৰ সংকটে ভয়াৱহ স্তৰত উপনীত হৈছে। লাহোৰ আৰু মুলতানৰ দৰে ডাঙৰ চহৰৰ বায়ুৰ গুণাগুণ সূচকাংক (AQI) য়ে ২০০০ অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ প্ৰদূষিত অঞ্চলৰ ভিতৰত স্থান লাভ কৰিছে। এই পৰিস্থিতিৰ বাবে চৰকাৰে লকডাউন আৰু অন্যান্য নিষেধাজ্ঞাকে ধৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

পাকিস্তানত বায়ু প্ৰদূষণে বিপজ্জনক মাত্ৰাত উপনীত হৈছে। এইয়া অতি বিপজ্জনক আৰু ই মানুহ আৰু জীৱ-জন্তুৰ স্বাস্থ্যৰ বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰে। এই কথাটোৰ পৰা অনুমান কৰিব পাৰি যে যোৱা এসপ্তাহত পাকিস্তানত ৬ লাখৰো অধিক লোক শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছিল। ৬৫ হাজাৰৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। এই সময়ছোৱাত চিকিৎসালয়ত শুকান কাহ, নিউমনিয়া, বুকুৰ সংক্ৰমণ, উশাহ-নিশাহৰ কষ্টৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে।

পাকিস্তানৰ লাহোৰৰ মেয়’ হাস্পতালত প্ৰদূষণত আক্ৰান্ত ৪ হাজাৰৰো অধিক ৰোগীৰ চিকিৎসা কৰাৰ বিপৰীতে জিন্না হাস্পতালে ৩৫০০ ৰোগীক চিকিৎসা প্ৰদান কৰে। এই অভাৱনীয় পৰিস্থিতিৰ বাবেই অ’পিডিৰ কৰ্ম কৰ্তব্য নিশা ৮ বজালৈ বৃদ্ধি কৰা হৈছে। বাতিল কৰা হৈছে পেৰামেডিকেল কৰ্মচাৰীৰ ছুটী।

এনে পৰিস্থিতিত শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে লাহোৰ আৰু মুলতানত সম্পূৰ্ণ লকডাউন কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে।

কিন্তু AQIৰ পৰিস্থিতি বেয়া হৈ থাকিলে লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হ’ব পাৰে বুলিও কোৱা হৈছে। লকডাউনৰ বাবে বন্ধ হৈ পৰিছে বিবাহ হল আৰু ৰেষ্টুৰেণ্ট। সাময়িকভাৱে বন্ধ হৈ আছে বিদ্যালয়-মহাবিদ্যালয়। ব্যক্তিগত কাৰ্যালয়সমূহক ৫০ শতাংশ কাম কৰিবলৈ দিয়া হৈছিল আৰু প্ৰদূষণৰ নীতি-নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Tags: Air pollutionLockdownPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025