• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শৰদ পাৱাৰে ল’ব সন্যাস! মহাৰাষ্ট্ৰৰ নিৰ্বাচনত ডাঙৰ পৰাজয়ৰ পিছত শৰদ পাৱাৰৰ প্ৰতিক্ৰিয়া

Nation NE by Nation NE
November 24, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
শৰদ পাৱাৰে ল’ব সন্যাস! মহাৰাষ্ট্ৰৰ নিৰ্বাচনত ডাঙৰ পৰাজয়ৰ পিছত শৰদ পাৱাৰৰ প্ৰতিক্ৰিয়া
Share on FacebookShare on TwitterWhatsApp

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ সময়ত এন চি পি শৰদ চন্দ্ৰ পাৱাৰ দলৰ নেতা শৰদ পাৱাৰৰ অৱসৰৰ কথা চৰ্চা হৈছিল। তেওঁৰ বয়স ৮৩ বছৰ। তেওঁৰ বয়সৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছিল। বিৰোধী দলসমূহে তেওঁৰ বয়সক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

এতিয়া নিৰ্বাচনত পৰাস্ত হৈছে শৰদ পাৱাৰৰ দল। মহাবিকাশ আঘাড়ীয়েও মাৰাত্মক পৰাজয়ৰ সন্মুখীন হৈছে। শৰদ পাৱাৰে স্বীকাৰ কৰে যে, তেওঁ এই নিৰ্বাচনৰ ফলাফল আশা কৰা নাছিল। একে সময়তে তেওঁৰ অৱসৰৰ সন্দৰ্ভত পুনৰ প্ৰশ্ন উত্থাপন হৈছে।

দেওবাৰে নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ কৰিলে শাৰদ পাৱাৰে। সংবাদমেলত নিৰ্বাচনৰ ফলাফল আৰু তেওঁৰ অৱসৰ সন্দৰ্ভত প্ৰশ্ন কৰা হয়।

তেওঁ কয় যে বিৰোধীয়ে মোৰ অৱসৰৰ কথা চিন্তা কৰিব নালাগে।

লগতে তেওঁ কয় যে- কালি ফলাফল ঘোষণা কৰা হ’ল। এই ফলাফলৰ পিছত ঘৰতে বহি থাকিলহেঁতেন যিকোনো ব্যক্তি। কিন্তু তেওঁ ঘৰতে বহি নাথাকে। তেওঁ ভবা নাছিল যে, যুৱ প্ৰজন্মই এই ফলাফল পাবলৈ সক্ষম হ’ব। তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব লাগে। শৰদ পাৱাৰৰ কাৰ্যসূচী হ’ব তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰা, আৰু নতুন উৎসাহেৰে এটা উৎপাদনশীল প্ৰজন্ম গঢ়ি তোলা।

শৰদ পাৱাৰে কয় যে, অজিত পাৱাৰৰ আসন বৃদ্ধি পাইছে। এই কথা অস্বীকাৰ কৰিব নোৱাৰি, কিন্তু মহাৰাষ্ট্ৰই জনা উচিত এন চি পিৰ প্ৰতিষ্ঠাপক কোন। তেওঁ কয় যে- তেওঁলোকৰ সহকৰ্মী আৰু শ্ৰমিকসকলে কঠোৰ পৰিশ্ৰম কৰিছে। পিছে কিয় এনে হ’ল তেওঁ ধৰিব পৰা নাই। এই বিষয়ে তেওঁ বিশ্লেষণ কৰিব লাগিব।

Tags: Bye ElectionIndiaMaharastra

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025