• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছিৰিয়া কাণ্ডৰ মাষ্টাৰমাইণ্ড নেকি তুৰস্ক আৰু ইজৰাইল?

Nation NE by Nation NE
December 2, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ছিৰিয়া কাণ্ডৰ মাষ্টাৰমাইণ্ড নেকি তুৰস্ক আৰু ইজৰাইল?
Share on FacebookShare on TwitterWhatsApp

মধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ দাবানল। দীৰ্ঘদিনীয়া গৃহযুদ্ধত চলি থকা ছিৰিয়াত পুনৰ বিদ্ৰোহৰ সৃষ্টি হৈছে। বাছাৰ আল আছাদ চৰকাৰৰ বিৰুদ্ধে দেশখনত বিদ্ৰোহী সংগঠনৰ আক্ৰমণ অব্যাহত থকাৰ সময়তে এই সংঘাতৰ উচটনি দিয়াৰ আঁৰত তুৰস্ক আৰু ইজৰাইলৰ অভিযোগ উত্থাপন হৈছে।

ছিৰিয়াত বাছাৰ আল আছাদ চৰকাৰ আৰু বিদ্ৰোহী গোটৰ মাজত চলি থকা সংঘাতৰ সন্দৰ্ভত নতুন তত্ত্বৰ উন্মেষ ঘটিছে। দাবী কৰা হৈছে যে, ছিৰিয়াত দীৰ্ঘদিনীয়া নিস্তব্ধ গৃহযুদ্ধক পুনৰ জগাই তোলাৰ আঁৰত ইজৰাইল আৰু তুৰস্ক।

ছিৰিয়াত চলি থকা সংঘাতৰ মাষ্টাৰমাইণ্ড হিচাপে তুৰস্ক আৰু ইজৰাইল বুলি কোৱা হৈছে। ছিৰিয়াত বাছাৰ চৰকাৰৰ বিৰুদ্ধে যুঁজি থকা একাংশ বিদ্ৰোহী সংগঠনে তুৰস্কৰ পৰা প্ৰশিক্ষণ আৰু অস্ত্ৰ-শস্ত্ৰ লাভ কৰা বুলি দাবী কৰিছে। ইফালে ইৰাকৰ সংসদীয় সংগঠন কিতাব চৈয়দ আল শ্বুহাদাৰ মুখপাত্ৰ কাজেম আল ফাৰ্টোছিয়ে বিদ্ৰোহীৰ হঠাৎ আক্ৰমণৰ বাবে সকলো দোষ ইজৰাইল আৰু আমেৰিকাৰ ওপৰত জাপি দিছে।

ছিৰিয়াত চলি থকা অচলাৱস্থা কেৱল বাছাৰ আল আছাদ চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ এটা অংশই নহয়, এই যুদ্ধৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে ছিয়া-চুন্নী বিবাদো। ছিৰিয়াত তুৰ্কী সমৰ্থিত ছিৰিয়াৰ ৰাষ্ট্ৰীয় সেনাও বাছাৰ চৰকাৰৰ বিৰুদ্ধে যুদ্ধক্ষেত্ৰত সক্ৰিয় হৈ আছে আৰু আফ্ৰিন, কাল আবিয়াদ আৰু ৰাছ আল আইনৰ দৰে অংশ এই বিদ্ৰোহী গোটৰ নিয়ন্ত্ৰণত আছে।

ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ ছিয়া সম্প্ৰদায়ৰ আৰু এই কাৰণেই ইৰাণে ছিৰিয়াত বাছাৰ চৰকাৰক তীব্ৰ সমৰ্থন আগবঢ়াই আহিছে। একে সময়তে তুৰস্কই চুন্নী গোটসমূহক নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰাত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে। কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰৰ সময়ত ছিৰিয়াৰ ৰাষ্ট্ৰপতিয়ে তুৰস্কই হায়াত তাহৰিৰ আল-ছাম (এইচটিএছ)কে ধৰি বিভিন্ন নামেৰে ছিৰিয়াত উপস্থিত থকা সন্ত্ৰাসবাদী সংগঠনসমূহক ধন আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছিল।

এই সংঘাতত তুৰস্কৰ উপৰিও ইজৰাইলৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে। ১৯ নৱেম্বৰত ইজৰাইলৰ চোৰাংচোৱা সংস্থা শ্বিন বেটৰ মুৰব্বী ৰ’নান বাৰে তুৰস্ক ভ্ৰমণ কৰি তুৰস্কৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বী ইব্ৰাহিম কালিনক সাক্ষাৎ কৰে।

Tags: IsraelMiddle EastWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025