• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এক বিশেষ মাংস নিষিদ্ধকৰণক লৈ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া

Nation NE by Nation NE
December 5, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; আজিৰ পৰা হোটেল-ৰেষ্টুৰেণ্টত নিষিদ্ধ হ’ল এই মাংস

ফাইল ছবি

Share on FacebookShare on TwitterWhatsApp

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমৰ কোনো হোটেল-ৰেষ্টুৰেণ্টত পৰিৱেশন কৰিব নোৱাৰিব এক বিশেষ মাংস। সামজিক অনুষ্ঠানতো নিষিদ্ধ এই মাংসৰ পৰিৱেশন। অৰ্থাৎ ৰাজহুৱা স্থানতো এই মাংস ভক্ষণ বা পৰিৱেশন কৰিব নোৱাৰিব।

ইয়াৰ পূৰ্বে মন্দিৰৰ পৰা ৫ কিলোমিটাৰ পৰিসৰৰ ভিতৰত বিশেষ মাংসবিধ নিষিদ্ধ কৰা হৈছিল। এতিয়া সমগ্ৰ অসমতে সেয়া কাৰ্যকৰী হ’ব। দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে কেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইফালে অসম চৰকাৰৰ এই সিদ্ধান্তক লৈ কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু জে ডি ইউয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জে ডি ইউয়ে কয়, এই সিদ্ধান্তই সমাজত উত্তেজনা বৃদ্ধি কৰিব।

কেন্দ্ৰ আৰু বিহাৰত বিজেপিৰ মিত্ৰ জেডিইউ নেতা কেচি ত্যাগীয়ে কয় যে, ভাৰতৰ সংবিধানে সকলোকে খাদ্যৰ স্বাধীনতা প্ৰদান কৰে। হোটেল বা ৰাজহুৱা স্থানত এই বিশেষ মাংসবিধৰ নিষিদ্ধকৰণত তেওঁলোকে সমৰ্থন নকৰে। ইয়াৰ দ্বাৰা সমাজত উত্তেজনা বিয়পিব যিটো ইতিমধ্যে অতি উচ্চ।

কংগ্ৰেছ নেতা ৰছিদ আলভিয়ে কয় যে, সমগ্ৰ দেশতে এই মাংস নিষিদ্ধ কৰিব লাগে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ এতিয়াহে এই কথা মনত পৰাটোহে আচৰিত। বিজেপি ক্ষমতাত থকা গোৱা আৰু উত্তৰ-পূবকে ধৰি আটাইকেইখন ৰাজ্যতে এই মাংস নিষিদ্ধ কৰিবনে, সেইটোহে লক্ষণীয়।

আনহাতে, কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে কয় যে, ৰাজ্যত এই বিশেষ মাংসৰ নিষেধাজ্ঞা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত বিজেপিক অপমানজনক পৰাজয়ৰ দিশে লৈ যোৱাৰ পিছত নিজৰ ব্যৰ্থতা লুকুৱাবলৈ চেষ্টা কৰিছে। ঝাৰখণ্ডৰ বুদ্ধিমান ৰাইজৰ দৰে অসমৰ জনসাধাৰণেও আগন্তুক নিৰ্বাচনত অসমৰ বিজেপি নেতাৰ দুৰ্নীতি, অপশাসন আৰু অবৈধ সম্পদক শাস্তি দিব।

অসমৰ এ আই ইউ ডি এফ দলৰ বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক ড০ (হাফিজ) ৰফিকুল ইছলামে কয় যে, কেবিনেটে মানুহে কি খাব বা কি পিন্ধিব সেইটো সিদ্ধান্ত ল’ব নালাগে। বিজেপিয়ে গোৱাৰ লগতে  উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত এই মাংস নিষিদ্ধ কৰিব নোৱাৰে, তেন্তে অসমত কিয়? এই সিদ্ধান্তৰ প্ৰতি তেওঁলোকে বিশেষ গুৰুত্ব নিদিয়ে।

Tags: #AssamBJPDr himanta biswa sarma

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025